• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত বি এছ এফ আৰু বি জি বিৰ সঞ্চালকপ্ৰধান পৰ্যায়ৰ সীমান্ত সমন্বয়ৰক্ষী সন্মিলন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2020 8:13 am
156
VIEWS
Share on FacebookShare on Twitter

২২ ডিচেম্বৰৰ পৰা গুৱাহাটীত চলি থকা দেশৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ৫১ সংখ্যক সঞ্চালকপ্ৰধান পৰ্যায়ৰ সীমান্ত সমন্বয়ৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰা দুয়োটা বাহিনীৰ প্ৰতিনিধিসকলক গোলাঘাট জিলাৰ কহৰাৰ আৰক্ষী অতিথিশালাত আয়োজিত এক অনুষ্ঠানত মত বিনিময় অনুষ্ঠানত অসম চৰকাৰৰ হৈ অসম আৰক্ষীয়ে আদৰণি জনায়।

উল্লেখযোগ্য যে, ২৬ ডিচেম্বৰত এই সন্মিলনৰ সামৰণি পৰিব আৰু প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত এই সন্মিলন অনুষ্ঠিত হৈছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্য সচিৱ জিষ্ণু বৰুৱাই ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ ঐতিহাসিক আৰু সাংস্কৃতিক সাদৃশ্যৰ বিষয়ে উল্লেখ কৰি দুয়োখন দেশ আৰু দুয়োখন দেশৰ বাহিনীসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

মত বিনিময় অনুষ্ঠানত দুয়োটা বাহিনীৰ প্ৰতিনিধিসকলক আদৰণি জনাই অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এনে অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ পথ সুগম হ’ব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালকপ্ৰধান মেজৰ জেনেৰেল মঃ চাফিনুল ইছলামে আনুষ্ঠানিকভাৱে এই মত বিনিময় অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পাৰস্পাৰিক সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd