• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ আক্ৰমণত হাত ছিগিল বি এছ এফ জোৱানৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , July 11, 2019 10:31 pm

1 min read

BSF jawan loses hand in Bangladeshi cattle smugglers’ attack with bombs

বি এছ এফৰ আঘাতপ্ৰাপ্ত জোৱানজন। ছবি- নৰ্থ ইষ্ট নাও।

1.6k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত বুধবাৰে নিশা বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ বোমা আক্ৰমণত হাত ছিগি গৈছে আনিছুৰ ৰেহমান নামৰ এজন বি এছ এফ জোৱানৰ।

বাংলাদেশী চোৰাং গৰু বেপাৰীৰ ২৫ জনীয়া দল এটাৰ দলবদ্ধ বোমা আক্ৰমণত কৰ্তব্যৰত কনিষ্টবলগৰাকীৰ সোঁ-হাতখন ছিগি গৈছে।

দেশীয় বোমাৰে কৰা আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছে ২৪ পৰগনা জিলাৰ বনগাঁৱৰ সমীপৰ আংৰেইলত।

ঘটনাস্থলীত জোৱানজনৰ সতীৰ্থসকল লগে লগে আহি উপস্থিত হোৱাত চোৰাং বেপাৰীৰ দলটো আন্ধাৰত পলাই যায়।

বাতৰি মতে, চোৰাং বেপাৰীৰ দলটোৱে ১০-১৫জনীয়া গৰুৰ জুম এটা সীমা পাৰ কৰোৱাৰ চেষ্টা কৰিছিল। কিন্তু কনিষ্টবল আনিছুৰ ৰেহমানে তেওঁলোকক বাধা দিয়াত দলটোৱে দা, লাঠী, টৰ্চ লৈ জোৱানজনক বেৰি ধৰে আৰু দুটাকৈ বোমা নিক্ষেপ কৰে।

তাৰে এটা বোমা তেওঁৰ হাতত লগাত সোঁ-হাতখন ছিগি যায়।

চোৰাং বেপাৰী দলটোক সীমান্তৰ ২০০ মিটাৰ ভিতৰত ভাৰতীয় ভূখণ্ডৰ  BP NO.17/125ৰ সমীপত পোৱা গৈছিল।

ঘটনাটোৰ পিছতে ভাৰত-বাংলা সীমান্তত সতৰ্কীকৰণ জাৰি কৰা হৈছে।

ক’লকাতাস্থিত বি এছ এফৰ মহাপৰিদৰ্শকে ঘটনাটো অতি গুৰুত্বসহকাৰে লৈ বি এছ এফৰ সকলো গোটকে ভাৰত-বাংলা সীমাত সক্ৰিয় চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি লোৱাৰ নিৰ্দেশ দিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd