• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি এছ এফৰ বিষয়াক বিদেশী ঘোষণা যোৰহাট বিদেশী ন্যায়াধীকৰণৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2019 9:08 am
1-38

মুজিবুৰ ৰহমানৰ পৰিচয় পত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ এগৰাকী বিষয়া মুজিবুৰ ৰহমানক যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছে।

ৰহমানৰ পত্নীকো বিদেশী ঘোষণা কৰা হৈছে। কিন্তু কৰ্তৃপক্ষই তেওঁৰ পিতৃ-মাতৃ তথা তেওঁৰ ভাতৃ-ভগ্নীৰ ভাৰতীয় নাগৰিকত্বত কোনো সন্দেহ কৰা নাই।

Apply Now

ৰহমান অসম-নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানীৰ উদইপুৰ-মিকিৰপট্টিৰ মূল বাসিন্দা।

বৰ্তমান পঞ্জাৱত কৰ্মৰত ৰহমানে ছুটীত ঘৰলৈ অহাৰ সময়তে তেওঁ ৰায়টোৰ বিষয়ে জানিব পাৰিছিল।

‘’মই এগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিক কিন্তু এগৰাকী মদাহীৰ ভাষ্যৰ ভিত্তিত মোক বিদেশী ঘোষণা কৰা হৈছে,’’-সংবাদ মাধ্যমৰ আগত ৰহমানে কয়।

‘’মই আঁতৰত আছিলো আৰু মোৰ পৰিয়ালে ন্যায়াধীকৰণৰ জাননী পোৱা নাছিল। আমাৰ গাঁৱৰ গাওঁবুঢ়ায়ো মোক জনোৱা নাছিল,’’-ৰহমানে লগতে কয়।

‘’অলপতে মই যেতিয়া ছুটীত ঘৰলৈ আহো, মই জানিব পাৰো যে  ন্যায়াধীকৰণে মোক বিদেশী বুলি ঘোষণা কৰিছে,’’-তেওঁ কয়।

‘’সীমান্ত আৰক্ষীয়ে এজগৰাকী মদাহীৰ কথাৰ ভিত্তিত মোৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত এক প্ৰতিবেদন দাখিল কৰিছিল,’’-ৰহমানে অভিযোগ কৰি কয়।

ৰহমানে লগতে জানিব দিয়ে যে তেওঁ ইতিমধ্যে এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

‘’অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণত মই সমৰ্থন কৰো, কিন্তু মই প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তি হোৱাটো নিবিচাৰো। আমাৰ ১৯২৩ চনৰে ভূমিৰ নথি আছে,’’-ৰহমানে কয়।

বিদেশী ন্যায়াধীকৰণে সেনা বা বিএছএফৰ কোনো বিষয়াক বিদেশী বুলি চিনাক্ত কৰা এইয়াই প্ৰথম ঘটনা নহয়।

সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন মহম্মদ ছানাউল্লাহকো চলিত বৰ্ষৰ যোৱা ২৮ মে’ত বিদেশী বুলি ঘোষণা কৰা হৈছিল আৰু গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ে পাছত ছানাউল্লাহৰ জামিন মঞ্জুৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd