• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি এছ এন এল কৰ্মচাৰীৰ দেশজোৰা ধৰ্মঘট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2020 5:37 pm
BSNL-4G-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

All Unions and Associations of BSNLএ ২৪ ফেব্ৰুৱাৰিত দেশজোৰা ভোক ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বি এছ এন এলৰ পুনৰজীৱন দানৰ উপলক্ষে কেন্দ্ৰই শেহতীয়াকৈ গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তসমূহ শীঘ্ৰে ৰূপায়ণৰ দাবীৰে এই ধৰ্মঘট আহ্বান কৰা হৈছে।

Apply Now

কৰ্মচাৰীসকলৰ সমস্যাৰাজিৰো দ্ৰুত সমাধান সস্থাটোৱে বিচাৰিছে।

যোৱা বছৰ কেবিনেটে লোৱা সিদ্ধান্তসমূহৰ ভিতৰত কেৱল স্বেচ্ছামূলক অৱসৰৰ বিষয়টোৱে ৰূপায়িত হোৱাৰ বিপৰীতে বাকীবোৰ এতিয়াও ৰূপায়ণ হোৱা নাই বুলি বাতৰিত প্ৰকাশ।
ইফালে কেবিনেট সিদ্ধান্তৰ পিছতো ধন আৰু আবণ্টনত পলমৰ বাবে ৪জি সেৱাৰ মুকলিও এই বছৰৰ শেষভাগ পোৱাৰ সম্ভাৱনা আছে।

পুনৰ্জীৱনদানৰ পদক্ষেপৰূপে “নীতিগতভাৱে” বি এচ এন এল আৰু এম টি এন এলৰ একত্ৰীকৰণতো কেবিনেটে অনুমোদন জনাইছিল।

দুয়োটা প্ৰতিষ্ঠানকে ৪জি সেৱা আৰম্ভ কৰাৰ বাবে স্পেকট্ৰামৰ প্ৰশাসনিক আবণ্টনৰ বাবে কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

৪জি স্পেকট্ৰামৰ বাবে কেন্দ্ৰই প্ৰতিষ্ঠান দুটাত ২০,১৪০ কোটি টকা পুঁজি যোগান ধৰাৰ কথা আছিল।

এই স্পেকট্ৰাম মূল্যৰ জি এছ টিৰ বাবদ কেন্দ্ৰই যোগান ধৰিব লাগে অতিৰিক্ত ৩,৬৭৪ কোটি টকা।

পুনৰ্জীৱন কাৰ্য্যসূচীৰ অংশৰূপে বি এচ এন এল-এম টি এন এলে ১৫,০০০ কোটি টকাৰ দীৰ্ঘকালীন ব’ন্দ মুকলি কৰিব। আৰু কেন্দ্ৰই তাত “সাৰ্বভৌম নিশ্চিতি (sovereign guarantee)” প্ৰদান কৰিব।

কিন্তু, পুনৰ্জীৱনৰ কাৰ্য্যসূচীৰ অংশৰূপে ৫০ বছৰোৰ্ধ্বৰ কৰ্মচাৰীক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটাই স্বেচ্ছামূলক অৱসৰদানৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা আছিল।

কেবিনেট সিদ্ধান্তমতে, এই অৱসৰৰ বাবে “আকৰ্ষণীয় স্বেচ্ছামূলক অৱসৰ আঁচনি” (attractive Voluntary Retirement Scheme) থাকিব আৰু তাৰ খৰচ কেন্দ্ৰই বহন কৰিব।

এতিয়ালৈকে বাতৰিমতে ৭৮৫৬৯ গৰাকী বি এছ এন এল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে।

পুনৰ্জীৱনৰ অনুমোদিত প্ৰস্তাৱত থকা আন এটা কথা হৈছে, বি এচ এন এল-এম টি এন এলে “ধন আয়ত লগাব লাগিব তেওঁলোকৰ সম্পদ (monetise their assets)”।

বি এচ এন এল আৰু এম টি এন এল ভাৰত চৰকাৰৰ টেলিকমিউনিকে’চন বিভাগৰ ওচৰত জৱাবদিহি।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd