• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকলোকে চেৰাই দৈনিক ১০জিবি ডেটাৰ BSNL-ৰ অভাৱনীয় প্ৰিপেইড প্লেন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2020 5:02 pm

1 min read

BSNL-750x375
60.3k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ একাধিক পদক্ষেপেৰে উজ্জীৱিত কৰিব খোজা বি এছ এন এলে ইয়াৰ গ্ৰাহকলৈ দুটা আকৰ্ষণীয় প্ৰিপেইড প্লেন আগ বঢ়াবলৈ ওলাইছে।

এই প্লেনকেইটা কেৱল ফ’ৰ-জি সেৱাৰ হ’ব।

বি এছ এন এল-এ ইয়াৰ ফ’ৰ-জি সেৱা কেইখনমান নগৰ-মহানগৰতহে মুকলি কৰিছে আৰু এই প্লেনবোৰ উক্ত ঠাইবোৰতহে উপলব্ধ হ’ব।

কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কলকাতা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, কৰ্ণাটক, গুজৰাট, চেন্নাই আৰু তামিল নাডুত বৰ্তমান বি এছ এন এলৰ ফ’ৰ-জি সেৱা উপলব্ধ হৈছে।

নতুন ফ’ৰ-জি প্লেন দুটাৰ এটা ৯৬ টকীয়া আৰু আনটো ২৩৬ টকীয়া।

দুয়োটাতে দৈনিক ১০জিবিকৈ ডেটা লাভ কৰিব আৰু কোনো কল আৰু এছ এম এছ বেনিফিট নাথাকিব। দুয়োটাৰ মাজত পাৰ্থক্যটো হ’ল প্ৰথমৰটোৰ বৈধতা ২৮ দিনৰ আৰু আনটোৰ বৈধতা ৮৪ দিনৰ।

নিগমে ঘাইকৈ ইণ্টাৰনেট ছাৰ্ফিঙত ব্যস্ত গ্ৰাহকক লক্ষ্য কৰি এই প্লেন দুটা আগ বঢ়াইছে। ডেটাৰ বেনিফিট আনবোৰ কোম্পানি, যেনে- এয়াৰটেল, ভোদাফোন, জিঅ’তকৈ বেছি।

অৱশ্যে বি এছ এন এলৰ আন এটা ফ’ৰ-জি প্লেন আছে, য’ত ডেটা আৰু কলৰ সুবিধা দুয়োটাই আছে। ২৫১ টকাৰ এই প্লেনটোত গ্ৰাহকে প্ৰতি দিনে ২জিবি ডেটা লাভ কৰে আৰু ইয়াৰ বৈধতা ৫১ দিনৰ।

উল্লেখ কৰিব পাৰি যে ৰাজহুৱা খণ্ডৰ এই টেলিকম নিগমটো ২০০৯ চন মানৰ পৰাই লোকচানৰ সন্মুখীন হৈ আহিছে।

২০১৮-১৯ বিত্তীয় বৰ্ষটোত ইয়াৰ লোকচানৰ সীমাই ১৪০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd