• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BSNL-ৰ গ্ৰাহকৰ বাবে সুখবৰ; ছয় ৰাজ্যত মুকলি কৰিলে এয়াৰ ফাইবাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 7:07 pm
BSNL
834
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ টেলিকম সেৱা প্ৰতিষ্ঠান বি এছ এন এলে দেশত সম্প্ৰসাৰিত কৰিব এয়াৰ ফাইবাৰ সেৱা। প্ৰতিষ্ঠানটোৱে দেশৰ ছয়খন ৰাজ্যত মুকলি কৰিছে এই সেৱা।

বিহাৰ, তামিলনাডু, কৰ্ণাটক, হাৰিয়ানা আৰু তেলেংগানাত মুকলি কৰিছে এয়াৰ ফাইবাৰ সেৱা।

এই সেৱা প্ৰধানতঃ গ্ৰাম্যাঞ্চলৰ গ্ৰাহকসকলৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা কৰা হৈছে বুলি জনাইছে টেলিকম সেৱাৰ প্ৰতিষ্ঠানটোৱে।

ইয়াৰ ফলত বি এছ এন এলৰ গ্ৰাহকসকলৰ ইন্টাৰনেট সেৱাৰ স্পীড বৃদ্ধি পাব।

উল্লেখ্য যে, কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে এই সেৱা যোৱা জানুৱাৰি মাহত মুকিল কৰিছিল।

‘এই আঁচনিৰ জৰিয়তে কল আৰু ইন্টাৰনেট যোগাযোগ সহজলভ্য কৰি তোলা হ’ব।’ প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ পৰিচালন সঞ্চালক পুৰ্ৱাৰে এইদৰে কয়।

এই আঁচিনৰ জৰিয়তে ২.৫ লাখ গাঁও পঞ্চায়তক সাঙুৰি লোৱা হ’ব।

‘ভাৰত ফাইবাৰ প্লেন’ নামেৰে ঘোষিত এই আঁচিনয়ে অন্যান্য ব্যক্তিগত টেলিকম প্ৰতিষ্ঠানৰ সৈতে প্ৰতিযোগিতাত নামিব বুলি আশা প্ৰকাশ কৰিছে বি এছ এন এলে।

কি আছে বি এছ এন এল ভাৰত ফাইবাৰ প্লেনতঃ-

এই সেৱা গ্ৰাহকসকলে লাভ কৰিব ব্ৰডব্ৰেণ্ডৰ যোগে।

এই আঁচিনৰ ভাউচাৰসমূহ হৈছে এনেধৰণৰ- ৪৯৯ টকা, ৭৭৭ টকা, ১,২৭৭ টকা, ১,৯৯৯ টকা, ৩,৯৯৯ টকা, ৫,৯৯৯ টকা আৰু ১৬,৯৯৯ টকা।

ইয়াৰে প্ৰথম ৪৯৯ টকাৰ ভাউচাৰ ২০ এমবিপিএছ স্পডীত ১০০ জিবি দাটা লাভ কৰিব প্ৰতি মাহে। ৭৭৭ টকাৰ ভাউচাৰত ছমাহৰ বাবে ৫০ এমবিপিএছ স্পীডত ৫০০ জিবি দাটাৰ লাভ কৰা বিপৰীতে ১,২৭৭ টকাৰ ভাউচাৰত লাভ কৰিব ১০০ এমবিপিএছ স্পীডত ৭৫০ জিবি দাটা।

আনহাতে ১,৯৯৯ টকাৰ ভাউচাৰত প্ৰতি দিনে ৩ জিবিকৈ দাটা লাভ কৰিব ৩৬৫ দিনৰ বাবে।

 অৱশ্যে ভাউচাৰসমূহ অমাজন প্ৰাইমত এতিয়াও চাছক্ৰাইব নিশ্চিত কৰা হোৱা নাই।

আনহাতে ৯৯৯ টকীয়া ভাউচাৰত ২২০ দিনৰ পৰিৱৰ্তে ২৭০ দিনৰ বৈধতাৰ লগতে গ্ৰাহকে ২৫০ মিনিট ভইচ কলৰ সুবিধা লাভ কৰিব। এই ভাউচাৰ বিশেষকৈ ভইচ কলৰ বাবে ডিজাইন কৰাৰ বাবে কোনো দাটা দিয়া হোৱা নাই বুলি প্ৰতিষ্ঠানটোৱে জনাইছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd