• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এবছুৰ বিদায়ী সভাপতি প্ৰমোদ বড়োক মিছলীয়া আখ্যা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2020 10:13 am

2 min read

Hagrama

হাগ্ৰামা মহিলাৰী

5.9k
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ গৌৰাং ভেলীত হোটেলত ১৩ ফেব্ৰুৱাৰিত এখন সংবাদ মেল সম্বোধন কৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছুৰ সদ্য বিদায়ী সভাপতি প্ৰমোদ বড়োক কঠোৰ সমালোচনা কৰে।

এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োক মিছলীয়া আখ্যা দি হাগ্ৰামা মহিলাৰীয়ে দিল্লীত প্ৰমোদ বড়োৱে বড়োলেণ্ড নালাগে বুলি লিখি দি আহিছে বুলিও উল্লেখ কৰে।

আনহাতে, নিখিল বড়ো ছাত্ৰ সন্থাত থকা সময়ৰ পৰাই প্ৰমোদ বড়োৱে মিছা কথাৰ আশ্ৰয় লৈ আহিছে বুলি মন্তব্য কৰি ৰাজনীতিলৈ আহিলে প্ৰমোদ বড়োৱে আৰু অধিক মিছাৰ আশ্ৰয় ল’ব বুলি কয়।

তদুপৰি য়ু পি পি এলৰ নেতা উৰ্খাও গৌৰা ব্ৰহ্ম সন্দৰ্ভত মন্তব্য কৰি হাগ্ৰামাই উৰ্খাও গৌৰা ব্ৰহ্ম বি পি এফত যোগদান কৰিলে তেওঁক ৰাজ্যসভাৰ সাংসদ পদ দিয়া হ’ব বুলিও হাগ্ৰামাই সংবাদ মেলত মন্তব্য কৰে।

আগন্তুক বি টি চি নিৰ্বাচনত বি পি এফ দলে পুনৰ জয়লাভ কৰি ক্ষমতালৈ আহিব বুলি মত প্ৰকাশ কৰি হাগ্ৰামাই বি পি এফে জন্মলাভৰ পৰাই বড়োলেণ্ডৰ সকলো ধৰণৰ জাতি-জনগোষ্ঠীৰ উন্নয়ণৰ বাবে কাম কৰি আহিছে বুলিও কয়।

উল্লেখযোগ্য যে, তামুলপুৰত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত প্ৰমোদ বড়োৱে দলৰ সভাপতি পদৰ পৰা বিদায় লৈছিল।

কেন্দ্ৰ চৰকাৰৰ সৈতে নতুন বড়ো চুক্তিৰ পাছতে বড়োলেণ্ডৰ নতুন ৰাজনৈতিক অংকক লৈ জল্পনা-কল্পনা চলিছে।

বড়োলেণ্ডৰ নতুন ৰাজনৈতিক সমীকৰণত এবছুৰ সদ্য বিদায়ী সভাপতি প্ৰমোদ বড়োৱে এক প্ৰধান ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে সেয়েহে হাগ্ৰামাই এতিয়াৰে পৰা বড়োক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

Recent News

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd