• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰমোদ বড়োৰ বিৰুদ্ধে হাগ্ৰামাই কৰি অহা মন্তব্যক ভিত্তিহীন আখ্যা অৰূপ কুমাৰ দেৰ

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
December 3, 2021 3:20 pm
BTC spoke person Arup Kumar Dey
208
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফ ৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বাৰে বাৰে প্ৰমোদ বড়ো নেতৃত্বত বিটিচি চৰকাৰৰ বিৰুদ্ধে তাৎপৰ্য মন্তব্য কৰি অহাৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিচি চৰকাৰৰ মুখপাত্ৰ অৰূপ কুমাৰ দেই |

হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ বিভিন্ন ৰাজহুৱা সভাত বিটিচি প্ৰধান আৰু চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাটো গৰ্হিত কথা বুলি দেই সংবাদমেলত মন্তব্য কৰে।

বিটিচি চৰকাৰ বৰ্তমানলৈ ঠিকে চলিছে আৰু চলিব, প্ৰমোদ বড়োৰ নেতৃত্ব চৰকাৰে ৰাইজৰ হকে কাম কৰি আছে আৰু কৰি থাকিব বুলি দেই কয়।

উল্লেখ্য যে বুধবাৰে উলাগুৰি ভেৰগাঁৱৰ বিটিচি অঞ্চলত অনা-বড়ো লোকসকলৰ মাটি কিনা-বেচা প্ৰক্ৰিয়া প্ৰমোদ বড়োৱে বন্ধ কৰিছে । অকল জনজাতি লোকসকলেহে মাটি কিনা-বেচা কৰিব পাৰিব বুলি মন্তব্য কৰিছিল হাগ্ৰামা মহিলাৰীয়ে ।

লগতে ‘মাটিৰ অধিকাৰ খৰ্ব কৰাৰ বাবে পুনৰ বিটিচি অঞ্চলত অনা-বড়ো আৰু বড়ো লোকসকলৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ চেষ্টা প্ৰমোদ বড়োৱে কৰি অহা বুলি হাগ্ৰামাই কৈছিল।

হাগ্ৰামাই লগতে এই বুলিও অভিযোগ কৰিছিল যে প্ৰমোদ বড়োৱে নিজ ইচ্ছাৰে বিটিচি চলাইছে । প্ৰমোদ বড়োৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে কৰা এনে এনে মন্তব্যসমূহ সম্পূৰ্ণ ভিত্তিহীন বুলি সংবাজমেলত মন্তব্য কৰে বিটিচি চৰকাৰৰ মুখপাত্ৰ অৰূপ কুমাৰ দেই ।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd