• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাজনিশা কলকাতাৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত চলিল বুলড’জাৰ, মাংসৰ দোকান ভঙাৰ অভিযোগ টিএমচিৰ

by
May 21, 2026 10:22 am
121
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে নিশা কলিকতাৰ কেন্দ্ৰীয় ভাগত থকা নিউ মাৰ্কেট অঞ্চলত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে বুলড‘জাৰ লৈ গৈ ঐতিহাসিক হগ মাৰ্কেটৰ সমীপত থকা তৃণমূল কংগ্ৰেছৰ এটা কাৰ্যালয় ভাঙি পেলায়। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয় আৰু স্থানীয় ব্যৱসায়ীসকলে লৰালৰিকৈ নিজৰ দোকান-পোহাৰ বন্ধ কৰি নিৰাপদ স্থানলৈ পলাবলৈ বাধ্য হয়। প্ৰাথমিক খবৰ অনুসৰি, এই ঘটনাত তৃণমূলৰ নিউ মাৰ্কেট ইউনিয়নৰ কাৰ্যালয়টো সম্পূৰ্ণৰূপে ধ্বংস হৈছে। অঞ্চলটোত সৃষ্টি হোৱা এই বিশৃংখলতা আৰু ধ্বংসলীলাৰ ভিডিঅ‘ মুহূৰ্তৰ ভিতৰতে বিয়পি পৰে, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত তীব্ৰ ভয়ৰ সৃষ্টি হয়। অৱশ্যে ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু অঞ্চলটোত তহলদাৰী বৃদ্ধি কৰে।

পশ্চিমবংগৰ শেহতীয়া নিৰ্বাচনী ফলাফলৰ পিছতে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা সংঘটিত হোৱা দেখা গৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৃণমূলৰ জ্যেষ্ঠ নেত্ৰী মহুৱা মৈত্ৰই এক্স যোগে ঘটনাটোৰ এটা ভিডিঅ‘ শ্বেয়াৰ কৰে আৰু বিজেপিৰ পৰিৱৰ্তনৰ শ্লোগানৰ তীব্ৰ সমালোচনা কৰে। আনহাতে, জ্যেষ্ঠ তৃণমূল নেতা ডেৰেক অ‘ব্ৰায়েনে অভিযোগ কৰে যে আৰক্ষীৰ সন্মতি মৰ্মে আৰু কেন্দ্ৰীয় বাহিনীৰ উপস্থিতিতে এই ধ্বংসকাৰ্য চলোৱা হৈছে। তেওঁ লগতে দাবী কৰে যে বিজয় উৎসৱৰ অংশ হিচাপে মাংসৰ দোকানবোৰ ভাঙিবলৈ উদ্দেশ্যপ্ৰণোদিতভাৱে বুলড‘জাৰ অনা হৈছিল। তৃণমূল কংগ্ৰেছে আন এক বিবৃতিত এই ঘটনাক বিজেপি সমৰ্থকৰ গুণ্ডাগিৰি বুলি আখ্যা দিছে আৰু অভিযোগ কৰিছে যে কেন্দ্ৰীয় নেতাসকলৰ উদগনিতে এই বুলড‘জাৰ ৰাজনীতি আৰম্ভ হৈছে।

Apply Now

অৱশ্যে স্থানীয় ৰাইজ আৰু একাংশ ব্যৱসায়ীয়ে তৃণমূলৰ এই দাবীসমূহ নস্যাৎ কৰিছে। তেওঁলোকৰ মতে, ভাঙি পেলোৱা ঘৰটো আচলতে এটা অবৈধ নিৰ্মাণ আছিল। পূৰ্বে এজন সাধাৰণ দোকানীৰ পৰা বলপূৰ্বকভাৱে ঠাইখিনি দখল কৰি পিছত তাক ইউনিয়নৰ কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছিল। স্থানীয় লোকসকলে লগতে স্পষ্ট কৰি দিয়ে যে ভাঙি পেলোৱা স্থানটো কোনো মাংসৰ দোকান নাছিল, বৰঞ্চ মাছ আৰু মাংসৰ বজাৰৰ কাষত থকা এটা বেআইনী কাৰ্যালয়হে আছিল। বৰ্তমান এই সমগ্ৰ ঘটনাৰ পিছত অঞ্চলটোত শান্তি-শৃংখলা অটুট ৰাখিবলৈ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd