• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বুমৰাহ আৰু ছামিয়ে একেলগে নেখেলে সীমিত অভাৰৰ মেচ, জানক ইয়াৰ কাৰণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 19, 2020 3:21 pm

1 min read

বুমৰাহ আৰু ছামিয়ে একেলগে নেখেলে সীমিত অভাৰৰ মেচ, জানক ইয়াৰ কাৰণ
28.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দল অষ্ট্ৰেলিয়ালৈ গৈছে এক দীঘলীয়া ভ্ৰমণলৈ, য’ত তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু চাৰিখন টেষ্ট মেচৰ শৃংখলা খেলিব।

এই ভ্ৰমণচোৱাত ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামিয়ে একেলগে সীমিত অভাৰৰ শৃংখলা খেলাৰ সম্ভাৱনা কম।

প্ৰকৃততে, ভাৰতীয় দলে দুয়োজন বলাৰক চাৰিখন টেষ্ট মেচৰ শৃংখলাৰ বাবে সাজু ৰাখিব বিচাৰে আৰু সেয়ে এদিনীয়া আৰু টি-২০ শৃংখলাত সুযোগ কমকৈ দিয়াৰ সম্ভাৱনা আছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাটোত দুয়োগৰাকী বলাৰ ভাৰতীয় দলৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।

কিয়নো অভিজ্ঞ বেগী বলাৰ ঈশান্ত শর্মাৰ আঘাতৰ স্থিতি এতিয়াও স্পষ্ট হোৱা নাই, সেয়ে টেষ্ট শৃংখলাৰ বাবে ভাৰতৰ বলিং বিভাগৰ মুখ্য ভুমিকা বুমৰাহ আৰু ছামিয়েই গ্ৰহণ কৰিব লাগিব।

এইবোৰ কাৰণৰ বাবেই ভাৰতীয় দলৰ মেনেজমেণ্টে ১২ দিনৰ ভিতৰত হ’বলগীয়া সীমিত অভাৰৰ ছয়খন মেচত দুয়োজন বলাৰৰ ওপৰত কোনো ৰিস্ক ল’ব খোজা নাই।

উল্লেখ্য যে টেষ্ট শৃংখলাটো ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াৰ পিটচত বুমৰাহ আৰু ছামিৰ বলিং কৰাৰ অভিজ্ঞতা আছে আৰু তেওঁলোকৰ হৈ থাকিব দলটোৰ বলেং বিভাগ।

ছামিয়ে এইপৰ্যন্ত ৪৯ খন টেষ্ট মেচত ১৮০ টা উইকেট সংগ্ৰহ কৰাৰ বিপৰীতে বুমৰাহে ১৪ খন টেষ্ট মেচত ৪৮ টা উইকেট দখল কৰে।

যদি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিব লাগে, তেন্তে বলিং আৰু বেটিং বিভাগে সুন্দৰ প্ৰদৰ্শন কৰিব লাগিব।

Recent News

a modi_ji_660_2503

‘এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব’!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

158325653_3651255315098972_1371538705393563669_o

বিশাল সমদলেৰে কাৰাৰুদ্ধ অখিল গগৈৰ মনোনয়ন দাখিল কৰে মাতৃ প্ৰিয়দা গগৈসহ ৰাইজৰ দলৰ নেতৃত্বই

শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd