DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ গুৱাহাটীৰ নামঘৰত চোৰৰ উপদ্ৰব; কেইবাহাজাৰ টকাসহ সোণৰ আ-অলংকাৰ লুট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2019 1:21 pm
এইবাৰ গুৱাহাটীৰ নামঘৰত চোৰৰ উপদ্ৰব; কেইবাহাজাৰ টকাসহ সোণৰ আ-অলংকাৰ লুট
464
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ হোৱা মাত্ৰ কেইটামান দিন পাৰ হোৱাৰ পিছতে কালি নিশা গুৱাহাটীৰ উজানবজাৰস্থিত বৰখেলীয়া নামঘৰত সংঘটিত হয় এক চুৰিকাণ্ড।

জানিব পৰা অনুসৰি আজি পুৱা প্ৰায় ৪:৩০ মান বজাত নামঘৰ সৰা মচা কৰিবৰ বাবে অহা অলকা দাস নামৰ মহিলাগৰাকীয়ে নামঘৰৰ তলাটো ভাঙি থকা অৱস্থাত দেখা পাই নামঘৰটোৰ কাষতে থকা নামঘৰ পৰিচালনাৰ দায়িত্বত থকা অৰূপ দাসক খবৰ দিয়ে। পিছত দাসে ততালিকে লতাশিল আৰক্ষীক খবৰ দিয়াৰ লগতে এই সন্দৰ্ভত ঠানাত এখন এজাহাৰো দাখিল কৰে।

উল্লেখযোগ্য যে চোৰে তলা ভাঙি নামঘৰৰ দানপাত্ৰৰত থকা সমস্ত ধনৰ লগতে সোণ ৰূপৰ আ-অলংকাৰো লুটি নিয়ে। নামঘৰ পৰিচালনা কমিটীয়ে জনোৱা মতে দানপাত্ৰটোত প্ৰায় ২০ হাজাৰ টকাৰ লগতে দুডাল সোণৰ চেইন, দুযোৰ সোণ আৰু ৰূপৰ ফুলি আছিল|

নিশা মহানগৰীত কাৰেন্ট নথকা আৰু বৰষুণৰ সুযোগ গ্ৰহণ কৰিয়ে চোৰে চুৰিকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰে নামঘৰ পৰিচালনা কমিটিৰ কোষাধক্ষ্য অৰূপ দাসে। তেওঁ জনোৱা মতে চোৰে প্ৰথমতে নামঘৰৰ মূল দুৱাৰৰ তলা ভাঙি আৰু তাৰ পাছত বিগ্ৰহ থকা গ্ৰিলৰ তলা ভাঙি লুট-পাত চলায়।

লতাশিল আৰক্ষীয়ে চোৰক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd