• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল : বুঢ়া আৰক্ষী চকী কাণ্ডক “লাভ জেহাদ”ৰ ৰূপ দিয়াৰ চেষ্টা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2019 5:12 pm
Hindu Jagaran Manch Press Meet
2.4k
VIEWS
Share on FacebookShare on Twitter

বুঢ়া আৰক্ষী চকীৰ দুৰ্ভাগ্যজনক ঘটনাটোক কেন্দ্ৰ কৰি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিবোৰক ৰহস্যজনক আখ্যা দি অভিযুক্ত আৰক্ষী বিষয়াজনৰ পক্ষত থিয় দিছে হিন্দু জাগৰণ মঞ্চ, অসম নামৰ সংগঠনটোৱে।

সংগঠনটোৱে আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি নিলম্বিত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি দাবী কৰে।

অভিযুক্ত আৰক্ষী বিষয়াজনৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰি সংগঠনটোৱে কয়, “অসম চৰকাৰে কোনো তদন্ত নকৰাকৈ নিলম্বন কৰাটো উচিত নহ’ল। নিৰপেক্ষভাৱে তদন্ত কৰিব লাগে। তেওঁৰ নিলম্বন উঠাই ল’ব লাগে”, সংবাদমেলত সংগঠনটোৰ সভাপতি মৃণাল কুমাৰ লস্কৰে কয়।

অসমলৈ “লাভ জেহাদ” নামৰ এটা ধাৰণাৰ আমদানি কৰা আন আন হিন্দুত্ববাদী সংগঠনবোৰৰ দৰে হিন্দু জাগৰণ মঞ্চয়ো ঘটনাটোক লাভ জেহাদৰ ঘটনা আখ্যা দিয়ে।

মূল অভিযুক্ত ৰুহুল আলীৰ সৈতে পলাই যোৱা ছোৱালীগৰাকীয়ে আলীৰ বিৰুদ্ধে মিছা পৰিচয়েৰে প্ৰেমত বন্দী কৰাৰ কথা নোকোৱা সত্ত্বেও হিন্দুত্ববাদী সংগঠনটোৱে সংবাদমেলত নিজাকৈ তেনে দাবী কৰে।

সভাপতি মৃণাল কুমাৰ লস্কৰে কয়, “ইছলামিকসকলে লাভ জেহাদ কৰিব বিচাৰিছে। অসমত এতিয়া বহু লাভ জেহাদ হৈছে। দৰঙৰ যি পৰিকল্পিত ঘটনা হ’ল আমি তাক লাভ জেহাদ বুলি কৈছোঁ। অসমৰ হিন্দু ছোৱালীসকলৰ লগত হিন্দুৰ নাম লৈ চিনাকি হৈ পিছত অপহৰণ পৰ্যন্ত হৈছে। দৰং ৰ ঘটনাও ঠিক সেইটোৱেই হৈছিল”।

মহেন্দ্ৰ শৰ্মাই ছোৱালীগৰাকীক লাভ জেহাদৰ পৰা উদ্ধাৰ কৰিছিল বুলি দাবী সভাপতি লস্কৰৰ। পূৰ্বেও মহেন্দ্ৰ শৰ্মাই তিনিগৰাকী যুৱতীক লাভ জেহাদৰ পৰা উদ্ধাৰ কৰিছিল বুলি দাবী কৰে যদিও তাৰ তথ্য দিবলৈ অপাৰগ হয় সংগঠনটো।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ছোৱালীগৰাকীৰ ৰুহুল আলীৰ সৈতে বিভিন্ন অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈছে।

ছোৱালীগৰাকীৰ গাঁৱৰ একাংশ লোকৰ মতে, ছোৱালীগৰাকীৰ ঘৰৰ পৰা ৰুহুল আলীৰ ঘৰ বেছি দূৰত্বত নহয় আৰু তেওঁলোকৰ মাজত দীৰ্ঘ দিনীয়া প্ৰেমৰ সম্পৰ্কৰ বিষয়ে তেওঁলোক অৱগত।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd