DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ শুনানিলৈ যোৱা বাছ খানাপাৰাত দুৰ্ঘটনাগ্ৰস্ত : কেইবাজনৰো অৱস্থা সংকটজনক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2019 7:18 am
এন আৰ চিৰ শুনানিলৈ যোৱা বাছ খানাপাৰাত দুৰ্ঘটনাগ্ৰস্ত : কেইবাজনৰো অৱস্থা সংকটজনক

খানাপাৰাত ৪ আগষ্টৰ ৰাতি দুৰ্ঘটনাত পতিত বাছখন। ফাইল ফটো।

1.5k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ শুনানিৰ বাবে সোনতলীৰ পৰা উজনিলৈ গৈ থকা ৰাজা নামৰ বাছখন খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা পতিত হয়।

সোনতলীৰ পৰা গোলাঘাটলৈ এন আৰ চিৰ পুনৰীক্ষণৰ বাবে বাছত যোৱা দলটোৰ কেইবাজনো লোকৰ অৱস্থা বৰ্তমানো সংকটজনক।

দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি জানিব পৰা গৈছে।

দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

জি এম চি এইচত দুৰ্ঘটনাত আহত সকল

বাছখনে এখন আলকাতৰা ভৰ্তি ট্ৰাকত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ ফলত ২৪জন লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে।

ইয়াৰে ১৩ গৰাকী মহিলা আৰু ১১ গৰাকী পুৰুষ। আঘাতপ্ৰাপ্ত সকলৰ মাজত শিশুৱো আছে।

আহতসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত সকলৰ মাজৰ কমেও ৮ জনৰ অৱস্থা অতি সংকটজনক।

সাধাৰণভাৱে আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত যাৱলৈ দিয়া হৈছে।

অৱশ্যে, এন আৰ চিৰ পুনৰীক্ষণৰ বাবে যাৱলগীয়া দলটোৰ আঘাতপ্ৰাপ্ত সদস্যসকলে এতিয়াও এন আৰ চিৰ শংকা মনৰ পৰা আঁতৰ কৰিব পৰা নাই।

দুৰ্ঘটনাত আহতসকলৰ খৱৰ ল’বলৈ বিভিন্নজনে গৈ চিকিৎসালয়ত উপস্থিত হয় আৰু সহায়ৰ হাত আগবঢ়ায়।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd