• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Barshshri Buragohain: বৰ্ষাশ্ৰীৰ আইনী যুঁজত সহায় কৰিবলৈ ইচ্ছুক লুইত কুমাৰ বৰ্মণ; লাগে পৰিয়ালৰ সঁহাৰি

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 14, 2022 7:35 pm
245
VIEWS
Share on FacebookShare on Twitter

Barshshri Buragohain বৰ্ষাশ্ৰীলৈ লুইত কুমাৰ বৰ্মণৰ আইনী সাহাৰ্য্য!

আইনী যুঁজত সহায় কৰিবলৈ ইচ্ছুক লুইত কুমাৰ বৰ্মণ!

বৰ্মণক লাগে মাথো বৰ্ষাশ্ৰীৰ পৰিয়ালৰ সঁহাৰি!

এক ফেচবুকযোগে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে চলচ্চিত্ৰ প্ৰযোজক তথা ব্যৱসায়ী লুইত কুমাৰ বৰ্মণে। 

লগতে পঢ়ক: Barshashri Buragohain: কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত বহিবলৈ অনুমতি দিলে আদালতে

অধিবক্তাৰ সহায়ৰ অভাৱৰ বাবেই মুকলি আকাশৰ তললৈ আহিব পৰা নাই নেকি বৰ্ষাশ্ৰী?

লুইত কুমাৰ বৰ্মণে ফেচবুক পোষ্টযোগে লিখি কয়, “FIR খন নোচোৱাকৈ মতামত দিব অসুবিধা। DGP আৰু Special DGP ৰ ভাষ্য self contradictory. তথাপিও মই যি বুজি পালোঁ কিবা লিখাৰ বাবেই ছোৱালীজনীক জেলত দিছে। দাদাকৰ লগত কথা পাতি এটাই অনুভৱ হ’ল যে উকিলৰ বাবেই আজিলৈ জামিন লব পৰা নাই। বোধকৰো টকাৰ অভাৱৰ বাবে ভাল উকিল লব পাৰা নাই। উচ্চ ন্যায়ালয়ত জামিনৰ তাৰিখ ২১ জুলাইতহে পৰিছে। District judge ৰ তাত নতুনকৈ আবেদন দিব নোৱাৰে কাৰন আবেদন ইতিমধ্যে উচ্চ ন্যায়ালয়ত। তথাপিও যি আৰ্থিক সহায় লাগে মই কৰিম বুলি কৈছোঁ।

মোৰ conclusion: সৰু ছোৱালী এজনীক এনেকৈ জেইলত দিব নালাগিছিল। কিবা ভুল লিখিছিল যদি counselling দিব পাৰিলেহেঁতেন। আইনী কথাবোৰ FIR চালেহে গম পাম।”

অৱশ্যে, বৰ্তমানলৈকে বৰ্ষাশ্ৰীৰ পৰিয়ালৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই লুইত কুমাৰ বৰ্মণে।

লগতে পঢ়ক: Barshashri Buragohain: কেতিয়া মুক্তি পাব বৰ্ষাশ্ৰীয়ে? টীয়কৰ বৰ্ষাশ্ৰীৰ ঘৰত ৰাইজৰ দলৰ প্ৰতিনিধি

ইপিনে, অহা ১৬ জুলাইৰ পৰা দ্বিতীয় ষান্মসিকৰ ছাত্ৰী বৰ্ষাশ্ৰীৰ পৰীক্ষা। সেয়েহে এইগৰাকী ছাত্ৰীক অনতিপলমে মুক্তি দি পৰীক্ষাত বহিব পৰা ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰলৈ সজোৰে আহ্বান জনাই পিতৃ-মাতৃয়ে।

ইয়াৰোপৰি, ফেচবুকত বিদ্ৰোহী কবিতা লিখি গ্ৰেপ্তাৰ হৈ ৫৭ দিন কাৰাগাৰৰ অতিথি হৈ থকা বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰে এতিয়া ছ’চিয়েল মেডিয়া তোলপাৰ লগা দেখিবলৈ পোৱা গৈছে।

অৱশ্যে, অৱশেষত পৰীক্ষা দিয়াৰ বাবে আদালতৰ পৰা অনুমতি লাভ কৰিলে বৰ্ষাশ্ৰীয়ে।

 

Recent News

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd