• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Barshshri Buragohain: বৰ্ষাশ্ৰীৰ আইনী যুঁজত সহায় কৰিবলৈ ইচ্ছুক লুইত কুমাৰ বৰ্মণ; লাগে পৰিয়ালৰ সঁহাৰি

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 14, 2022 7:35 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Barshshri Buragohain বৰ্ষাশ্ৰীলৈ লুইত কুমাৰ বৰ্মণৰ আইনী সাহাৰ্য্য!

আইনী যুঁজত সহায় কৰিবলৈ ইচ্ছুক লুইত কুমাৰ বৰ্মণ!

বৰ্মণক লাগে মাথো বৰ্ষাশ্ৰীৰ পৰিয়ালৰ সঁহাৰি!

এক ফেচবুকযোগে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে চলচ্চিত্ৰ প্ৰযোজক তথা ব্যৱসায়ী লুইত কুমাৰ বৰ্মণে। 

লগতে পঢ়ক: Barshashri Buragohain: কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত বহিবলৈ অনুমতি দিলে আদালতে

Apply Now

অধিবক্তাৰ সহায়ৰ অভাৱৰ বাবেই মুকলি আকাশৰ তললৈ আহিব পৰা নাই নেকি বৰ্ষাশ্ৰী?

লুইত কুমাৰ বৰ্মণে ফেচবুক পোষ্টযোগে লিখি কয়, “FIR খন নোচোৱাকৈ মতামত দিব অসুবিধা। DGP আৰু Special DGP ৰ ভাষ্য self contradictory. তথাপিও মই যি বুজি পালোঁ কিবা লিখাৰ বাবেই ছোৱালীজনীক জেলত দিছে। দাদাকৰ লগত কথা পাতি এটাই অনুভৱ হ’ল যে উকিলৰ বাবেই আজিলৈ জামিন লব পৰা নাই। বোধকৰো টকাৰ অভাৱৰ বাবে ভাল উকিল লব পাৰা নাই। উচ্চ ন্যায়ালয়ত জামিনৰ তাৰিখ ২১ জুলাইতহে পৰিছে। District judge ৰ তাত নতুনকৈ আবেদন দিব নোৱাৰে কাৰন আবেদন ইতিমধ্যে উচ্চ ন্যায়ালয়ত। তথাপিও যি আৰ্থিক সহায় লাগে মই কৰিম বুলি কৈছোঁ।

মোৰ conclusion: সৰু ছোৱালী এজনীক এনেকৈ জেইলত দিব নালাগিছিল। কিবা ভুল লিখিছিল যদি counselling দিব পাৰিলেহেঁতেন। আইনী কথাবোৰ FIR চালেহে গম পাম।”

অৱশ্যে, বৰ্তমানলৈকে বৰ্ষাশ্ৰীৰ পৰিয়ালৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই লুইত কুমাৰ বৰ্মণে।

লগতে পঢ়ক: Barshashri Buragohain: কেতিয়া মুক্তি পাব বৰ্ষাশ্ৰীয়ে? টীয়কৰ বৰ্ষাশ্ৰীৰ ঘৰত ৰাইজৰ দলৰ প্ৰতিনিধি

ইপিনে, অহা ১৬ জুলাইৰ পৰা দ্বিতীয় ষান্মসিকৰ ছাত্ৰী বৰ্ষাশ্ৰীৰ পৰীক্ষা। সেয়েহে এইগৰাকী ছাত্ৰীক অনতিপলমে মুক্তি দি পৰীক্ষাত বহিব পৰা ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰলৈ সজোৰে আহ্বান জনাই পিতৃ-মাতৃয়ে।

ইয়াৰোপৰি, ফেচবুকত বিদ্ৰোহী কবিতা লিখি গ্ৰেপ্তাৰ হৈ ৫৭ দিন কাৰাগাৰৰ অতিথি হৈ থকা বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰে এতিয়া ছ’চিয়েল মেডিয়া তোলপাৰ লগা দেখিবলৈ পোৱা গৈছে।

অৱশ্যে, অৱশেষত পৰীক্ষা দিয়াৰ বাবে আদালতৰ পৰা অনুমতি লাভ কৰিলে বৰ্ষাশ্ৰীয়ে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd