DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Barshashri Buragohain: কেতিয়া মুক্তি পাব বৰ্ষাশ্ৰীয়ে? টীয়কৰ বৰ্ষাশ্ৰীৰ ঘৰত ৰাইজৰ দলৰ প্ৰতিনিধি

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
July 14, 2022 2:57 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

80
VIEWS
Share on FacebookShare on Twitter

Barshashri Buragohain যোৰহাট জিলাৰ টীয়কৰ এজাৰগুৰিৰ নিবাসী অজিত বুঢ়াগোহাঁই আৰু উষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে ফেচবুকত লিখা এটা কবিতাৰ বাবেই আজি ৫৭ টাকৈ দিন কাৰাগাৰত বন্দী হৈ আছে।

অহা ১৮  জুলাইৰ পৰা তেওঁৰ দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা। সেয়ে এতিয়া এই মেধাবী ছাত্ৰীগৰাকী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা কৰিবলৈ সমগ্ৰ ৰাজ্যৰ ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী তুলি আজি বৰ্ষাশ্ৰীৰ টীয়কৰ এজাৰগুৰিৰ ঘৰত আহি উপস্থিত হয়হি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতীয়া ফুকন, জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক সুব্ৰত দত্ত, ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ গগৈ, জাতীয় যুৱ বাহিনীৰ সাংগঠনিক সম্পাদক মানস প্ৰতিম ভূঞাকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া।

ফটো: নৰ্থইষ্ট নাও।

তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিষয়টোৰ কেনেকৈ নিস্পত্তি কৰিব পাৰি সেই বিষয়ত বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃৰ লগত আলোচনা কৰে।

প্ৰতিনিধি দলটোৱে লগতে পৰীক্ষাত বহিব পৰা কৰি দিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা ৰাইজৰ দলৰ ফালৰ পৰা কৰি থকা হৈছে বুলি জানিবলৈ দিছে।

Recent News

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd