• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ মাটি দখল বহিৰাগতৰ; ন্যায় বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন পৰিয়ালটোৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 1, 2019 1:30 pm
FB_IMG_1564585037775

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই অৱশেষত শিৱসাগৰৰ দৰিদ্ৰ পৰিয়াল এটাই ৩১ জুলাই অৰ্থাৎ বুধবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনত বহে।

প্ৰাপ্ত অভিযোগ অনুসৰি শিৱসাগৰ নগৰৰ হস্পিতেল ৰোডৰ ২৭৫৮ দাগ আৰু একচনা পট্টা নং ২১ ত থকা প্ৰায় ২ কঠা মাটি প্ৰয়াত উপেন গগৈৰ নামত বৰ্তমানো নামজাৰী হৈ আছে। উক্ত মাটিৰ খাজানা দি আহিছে উপেন গগৈৰ পুত্ৰ প্ৰবীণ গগৈয়ে।

Apply Now

কিন্তু উক্ত মাটি খিনি দীৰ্ঘদিন ধৰি বেদখল কৰি আছে মনিষ দাস নামৰ কলকতাৰ এজন ব্যক্তিয়ে। প্ৰয়াত উপেন দাসৰ মৃত্যুৰ পাছত তেওঁৰ পত্নীয়ে মাটি খিনি ঘূৰাই বিচাৰিছিল যদিও মনিষ দাসে দাবী ধমকি দি খেদি পঠাইছিল।

পৰৱৰ্তী সময়ত প্ৰবীন গগৈৰ মাতৃৰ মৃত্যুৰ পাছত প্ৰবীন গগৈ আৰু তেওঁৰ ককায়েকে মাটিখিনি বিচাৰি মনিষ দাসৰ ওচৰলৈ যোৱাত পূৰ্বৰ দৰেই দাসে নানা ভয় ভাবুকি প্ৰদান কৰে। এই কথা প্ৰকাশ কৰে প্ৰবীন গগৈৰ কন্যা নয়নমণি গগৈয়ে।

আৰ্থিক ভাৱে টনকিয়াল কলিকতাৰ নিবাসী মনিষ দাসৰ বিৰুদ্ধে কোনো পদক্ষেপ ল’ব পৰা নাছিল দৰিদ্ৰ প্ৰবীন গগৈ আৰু তেওঁৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত প্ৰবীন গগৈৰ পৰিয়ালে বিভিন্নজনক অৱগত কৰোৱাত সকলোৰে পৰামৰ্শ মতে যোৱা ৫ মে’ত মনিষ দাসে অন্যায় ভাৱে তেওঁলোকৰ মাটি বেদখল কৰি থকা সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

কিন্তু শিৱসাগৰ আৰক্ষীয়ে মনিষ দাসৰ বিৰুদ্ধে ৰুজু কৰা নাই গোচৰ। আৰক্ষীৰ পৰা কোনো সহাৰি নোপোৱাত দুৰ্ভগীয়া পৰিয়ালটোৱে ১০ জুলাইত শিৱসাগৰ উপায়ুক্তক এখন অভিযোগ পত্ৰ দাখিল কৰে আৰু এই অভিযোগ পত্ৰৰ ভিত্তিত জিলা উপায়ুক্তই শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ক বিষয়টো তদন্তৰ বাবে নিৰ্দেশ দিয়ে।

উপায়ুক্তৰ নিৰ্দেশৰ পিছতো ৰাজহ চক্ৰ কাৰ্যালয়ে বিষয়টোৰ তদন্তত কোনো গুৰুত্ব প্ৰদান কৰা নাই। শিৱসাগৰ জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু ৰাজহ চক্ৰ বিভাগৰ পৰা কোনো সহাঁৰি নাপায় দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে বুধবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

নিজৰ প্ৰাপ্য অধিকাৰ দাবী কৰি অনশনত বহা দুৰ্ভগীয়া পৰিয়ালটোৱে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

ইফালে একাংশ সচেতন লোকে জিলা প্ৰশাসনক ধিক্কাৰ জনোৱাৰ লগতে বহিৰাগত মনিষ দাসৰ প্ৰতি কিয় এনে দৰদ উপজিছে তাক লৈও প্ৰশ্ন উত্থাপন কৰে।

জাতি মাটি ভেটিৰ শ্ল’গান দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন চৰকাৰে কিয় খিলঞ্জীয়া পৰিয়ালক সুৰক্ষা দিব পৰা নাই। বাহিৰাগত ব্যক্তিয়ে খিলঞ্জীয়া পৰিয়ালৰ মাটি গুণ্ডাগিৰি কৰি বছৰ বছৰ ধৰি বেদখল কৰি থকা বিষয়টোৱে বিভিন্ন পক্ষক উদ্বিগ্ন কৰি তুলিছে।

এতিয়া এই ঘটনা সন্দৰ্ভত পৰিয়াল তথা ৰাইজে জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd