• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাত্ৰ ৫টকাতে লাভ কৰক সোণ; এমাজন পে’ই মুকলি কৰিছে ডিজিটেল গ’ল্ড ক্ৰয়ৰ সোণালী সুযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 21, 2020 1:19 pm

1 min read

WhatsApp Image 2020-08-21 at 12.35.39 PM

প্ৰতিনিধিত্বমূলক ফটো।

331
VIEWS
Share on FacebookShare on Twitter

এমাজন ইণ্ডিয়াৰ ই-কমাৰ্ছ বিত্তীয় সেৱা এমাজন পে’ই ইয়াৰ গ্ৰাহকৰ বাবে ৫টকাতে আগবঢ়াইছে ডিজিটেল গ’ল্ড ক্ৰয় কৰাৰ সুযোগ।

ডিজিটেল গ’ল্ড বিনিয়োগৰ এই সেৱাক কোৱা হৈছে ‘গ’ল্ড ভ’ল্ট’। এই অ’ফাৰৰ বাবে এমাজন পে’ই ছেফ গ’ল্ডৰ সৈতে পাৰ্টনাৰ হিচাপে আছে।

ছেফ গ’ল্ডে ৯৯৫(৯৯.৫শতাংশ) শুদ্ধতাৰ ২৪কেৰেট গ’ল্ড সোণ আগবঢ়াইছে। এই অ’ফাৰৰ জৰিয়তে এমাজনৰ গ্ৰাহকেও এই পৰিমানৰ সোণ যিকোনো সময়তে প্ৰতিযোগিতামূলক দৰত সুৰক্ষাৰ বাবে লকাৰ ভাড়া নকৰাকৈয়ে ক্ৰয়ৰ বা বিক্ৰীৰ স্বত্ত্ব লাভ কৰিব।

ডিজিটেল পেমেন্টৰ আন প্লেটফৰ্ম যেনে Paytm, PhonePe, Google Pay, MobiKwik, বা এক্সিছ বেংকৰ ফ্ৰীচাৰ্জেও তেওঁলোকৰ ডিজিটেল গ’ল্ড বিক্ৰীৰ অফাৰ দিয়ে।

Paytm, PhonePe, Google Payকে ধৰি বেছিভাগ প্লেটফৰ্মে গ্ৰাহকক ন্যুনতম ১টকাত সোণ ক্ৰয়ৰ অফাৰ দিয়ে।

যোৱা বছৰ এপ্ৰিলত Google Payই ডিজিটেল গ’ল্ড মুকলি কৰিছিল। সেইদৰে Paytm, আৰু PhonePeই দুয়োটাই ২০১৭ত ডিজিটেল গ’ল্ড অফাৰ সেৱা মুকলি কৰিছিল। MobiKwikয়ে ২০১৮ত এই সেৱা মুকলি কৰে।

যোৱা এপ্ৰিলত অক্ষয় তৃতীয়া উপলক্ষে নইডাস্থিত Paytm জানিব দিয়া মতে ইয়াৰ প্লেটফৰ্মৰ জৰিয়তে ৩৭কেজিতকৈ অধিক ডিজিটেল গ’ল্ড বিক্ৰী কৰিছিল।

সেইদৰে, বেংগালুৰু স্থিত PhonePe ই দাবী কৰা মতে চলিত বছৰৰ উৎসৱৰ সময়ত কোম্পানীটোৱে ১০০কেজিতকৈয়ো অধিক সোণ ডিজিটেলী বিক্ৰী কৰে।

Recent News

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd