• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবিশ্বাস্য: মাত্ৰ ৮৫ টকাতে ক্ৰয় কৰিব পাৰিব একোটা আটক ধুনীয়া ঘৰ, পঢ়ক ক’ত-কিয়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2020 7:08 pm
a home
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজাৰত বয় বস্তুৰ চৰা দাম। ঘৰ বনোৱা সামগ্ৰীৰ দামেও আকাশ স্পৰ্শ কৰিছে। এনে সময়তে মাত্ৰ ৮৫ টকাতে এটা আটক ধুনীয়া ঘৰ কিনিব পৰাৰ কথা হয়তো সহজে বিশ্বাস কৰিব নোৱাৰা ধৰণৰ কথাই হ’ব।

কিন্তু অবিশ্বাস্য যেন লগা এই কথা সম্পূৰ্ণ সঁচা। মানুহে মাত্ৰ ৮৫ টকা খৰচ কৰিয়েই কিনিব পাৰিব একোটা ঘৰ।

Apply Now

এই বাম্পাৰ অফাৰ আগবঢ়োৱা হৈছে ইটালীত। ইটালীৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ চিচিলিৰ কাষৰীয়া  সৰু সৰু চহৰ সমূহৰ জনসংখ্যা এতিয়া লাহে লাহে কমি আহিবলৈ ধৰিছে।

বিশেষকৈ কামৰ সন্ধানত সেই সৰু চহৰ সমূহৰ বাসিন্দাসকলে ডাঙৰ চহৰলৈ গুচি যোৱাত তেনে চহৰ সমূহৰ ঘৰ বোৰ খালী হৈ পৰিছে।

চিচিলিৰ মুছোমেলি,ছালেমি আদি সৰু সৰু চহৰ সমূহৰ পৰা হাজাৰ হাজাৰ লোকে চিৰ দিনৰ বাবে বৃহৎ চহৰলৈ গুচি গৈছে।

ইটালীৰ প্ৰাচীন সভ্যতাৰ স্বাক্ষৰ বহন কৰি থকা এই চহৰ সমূহত খালী হৈ পৰা ঘৰ বোৰ সেয়ে  নাম মাত্ৰ মূল্য লৈ বেচিবলৈ ওলাইছে চহৰ সমূহৰ পৌৰ সভাই।

ষোল্ল শতিকাৰ পৰাই ইটালীৰ ক্ৰমবিৱৰ্তনৰ সাক্ষী হৈ অহা ছালেমি চহৰৰ একোটা ঘৰৰ মূল্য পৌৰ সভাই নিৰ্দ্ধাৰণ কৰিছে ১ ইউৰো।

ভাৰতীয় মুদ্ৰাৰ হিচাবত এই ধনৰ পৰিমাণ প্ৰায় ৮৫ টকা।

১৯৬৮ চনৰে পৰাই এক শক্তিশালী ভূমিকম্প হোৱাৰ পিছত চহৰ খনৰ বাসিন্দাসকলে আন বৃহৎ চহৰলৈ ধাৱমান হ’বলৈ ধৰে। ফলত চহৰ খনৰ সুন্দৰ ঘৰ বোৰ এতিয়া খালী পৰি ৰৈছে।

একেদৰে ইটালীৰ প্লাটানি নৈৰ কাষত অৱস্থিত শতিকা প্ৰাচীন মুছোমেলি চহৰ খনৰ পৌৰ সভায়ো ১ ইউৰো দৰতে একোটা ঘৰ বিক্ৰী কৰিবলৈ ওলাইছে।

এই চহৰৰ জনসংখ্যা ১১ হাজাৰ আছিল যদিও চহৰ খনৰ বাসিন্দাসকলে ডাঙৰ ঔদ্যোগিক চহৰলৈ ঢাপলি মেলাত চহৰ খনৰ জনসংখ্যা লক্ষ্যণীয় হাৰত কমি গৈছে।

প্ৰাচীন চহৰ সমূহক জীৱন্ত কৰি ৰখাৰ বাবেই  ভাৰতীয় মুদ্ৰাৰ হিচাবত মাত্ৰ ৮৫ টকাতে বিক্ৰী কৰা হৈছে একোটা ঘৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd