• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বৰ শক্তিশালী ফলবিধ কি?; খালে দেহৰ পৰা নোহোৱা হয় এইবোৰ ৰোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2020 5:38 pm

1 min read

Dragon Fruit

ড্ৰেগন ফল

126.4k
VIEWS
Share on FacebookShare on Twitter

দেহৰ বাবে ফল খোৱাটো অতি উপকাৰী, কিন্তু আজি আমি আপোনালোকক এনে এবিধ শক্তিশালী ফলৰ নাম কম যাৰ উপকাৰ অনেক।

শৰীৰৰ বাবে উপকাৰী এই ফল বিধৰ নাম হ’ল ড্ৰেগন ফল।

এই ড্ৰেগন ফলবিধৰ দ্বাৰা বহু প্ৰকাৰৰ বেমাৰ প্ৰতিৰোধ কৰিব পৰা যায়।

এইবিধ ফলত ভিটামিন-বি কম্পেক্স, অমেগা ৩ ফটি এচিড, ভিটামিন চি, ভিটামিন-ই, কেলচিয়াম, ফচফৰাছ, পটাছিয়াম, কাৰ্ব’হাইড্ৰেটছ, প্ৰটিন আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে।

কেনেদৰে ই শৰীৰৰ বাবে উপকাৰী-

১) ড্ৰেগন ফলত অতি বেছি পৰিমানত ফাইবাৰ থাকে যাৰ বাবে হজম শক্তি বৃদ্ধি পায়। এই ফল বিধ খোৱাৰ ফলত বদহজম, পেটচলা আদি সমস্যাৰ পৰাও মুক্তি লাভ কৰিব পাৰি।

২) ড্ৰেগন ফল খোৱাৰ ফলত তেজত থকা গ্লুক’জৰ মাত্ৰা হ্ৰাস পাই। ডাইবেটিছ ৰোগীৰ বাবে এই ফল অতি উত্তম।

৩) ড্ৰেগন ফল নিয়মিতভাৱে খালে ইয়াত থকা কেলছিয়ামৰ ফলত দেহৰ হাড় শক্তিশালী হয়।

ড্ৰেগন ফলে কেলছিয়ামৰ ফলত হোৱা হাড়ৰ ৰোগ নোহোৱা কৰে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd