• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CAAৰ বিৰোধিতাৰে বৰপেটাৰ ভেল্লাত জনতাৰ জাগৰণ সভা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 22, 2020 7:20 pm
IMG-20200122-WA0033

ফটো : নৰ্থ-ইষ্ট নাও

10.3k
VIEWS
Share on FacebookShare on Twitter

‘অসমীয়া ৰাইজে আত্মসমৰ্পণ নকৰে। ক্ষমতাৰ বাবে বলীয়ান হোৱা সকলেহে নিজক আত্মসমৰ্পণ কৰে’। এই মন্তব্য বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ।

নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰোধিতাৰে আজি বৰপেটা জিলাৰ ভেল্লাত অনুষ্ঠিত বিশাল জনজাগৰণ সভাত অংশ লৈ তেওঁ কয় যে, বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত একাংশ ৰাজনৈতিক নেতাই ক্ষমতাৰ বাবে জাতি-মাটি-ভেটি বন্ধকত থবলৈও কুণ্ঠাবোধ কৰা নাই।

কিন্তু অসমৰ ৰাইজে ক্ষমতাৰ বাবে আত্মসমৰ্পণ নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

IMG-20200122-WA0035
ভাষণ প্ৰদানৰ মূহুৰ্তত বিশিষ্ট সাংবাদিক অজিত ভূঞা। ফটো : নৰ্থ-ইষ্ট নাও

বিশাল সভাখনত অংশ গ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈয়ে কয়, ‘মানুহ হত্যা কৰি ৰাজনীতি কৰা বাবে আমেৰিকাই নৰেন্দ্ৰ মোডীৰ ভিচা বন্ধ কৰি দিছিল।

সভাখনত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, মনজিৎ মহন্তইও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ কা বাতিলৰ দাবী উত্থাপন কৰে।

শিল্পী সমাজৰ হৈ কণ্ঠশিল্পী বাবু, নেকিব, অজয় ফুকন আদিয়ে গীতৰ জৰিয়তে কা বাতিলৰ দাবী জনায়।

ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জনতাৰ জাগৰণ সভাখনত প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদয়ন কুমাৰ গগৈ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আজিজুল ৰহমানেও ভাষণ প্ৰদান কৰে।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd