• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষষ্ঠদশ লোকসভাত বাদ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ নতুনকৈ উত্থাপন কৰা হ’ব : কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2019 9:43 am
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ষষ্ঠদশ লোকসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰা হৈছে আৰু ইয়াৰ পুনৰ নতুনকৈ উত্থাপন কৰা হ’ব।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ চনত লোকসভাত উত্থাপন কৰা হৈছিল। দুটীয়া সংসদীয় কমিটিক এই বিধেয়ক সম্পৰ্কত ৰিপোৰ্ট গ্ৰহণৰ বাবে দায়িত্ব দিয়া হৈছিল আৰু কমিটিয়ে জানুৱাৰীত সংসদত নিজৰ ৰিপোৰ্ট দাখিল কৰিছিল।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯ লোকসভাত উত্থাপন কৰা হয় আৰু জানুৱাৰীত লোকসভাত গৃহীত কৰা হয়। বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাত গৃহীত হোৱাৰ ক্ষেত্ৰত বন্ধ হৈ আছিল আৰু সেই সময়তে ষষ্ঠদশ লোকসভা ভংগ হোৱাৰ পাছত বিধেয়কখন বাতিল হয় বুলি ৰায়ে উল্লেখ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই বিধেয়কৰ মূল উদ্দেশ্য হ’ল পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা ছয়টা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা যাৰ বৈধ কাগজ পত্ৰৰ ম্যাদ উকলি গৈছে।

১৯৫৫ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনুসৰি বৈধ কাগজ পত্ৰ নথকা লোকসকলক অবৈধ অনুপ্ৰবেশকাৰী বুলি গন্য কৰা হৈছিল আৰু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ বাবে আবেদনত বাধা আৰোপ কৰা হৈছিল।

আনহাতে, ২৪ অক্টোৱৰ ২০১৮ত নগৰিকত্ব বিধেয়ক,১৯৫৫ৰ ধাৰা ১৬ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছিল যাতে উল্লেখিত দেশসমূহৰ পৰা ভাৰতলৈ অহা ধৰ্মীয় সংখ্যালঘু লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব পৰা যায় যদিহে তেওঁলোকে যোগ্যতাৰ সীমাবোৰ পূৰণ কৰে।

এই অধিসূচনাই নাগৰিকত্ব বিধেয়ক,১৯৫৫ৰ অধীনৰ নিয়মৰ কোনোধৰণৰ সংশোধন নকৰে।

বাতিল হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ আৰু আৰু ২৪ অক্টোৱৰ,২০১৮ৰ অধিসূচনা অনুসৰি আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা সংখ্যালঘুৰ বিষয়ত হস্তক্ষেপ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd