DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ’ল কিৰেণ ৰিজিজুক। কিন্তু কিয়?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 18, 2023 10:59 am
225
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ’ল কিৰেণ ৰিজিজুক  কিন্তু কিয়?

অৰুণাচল প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক আঁতৰাই দিয়া হ’ল কেন্দ্ৰীয় আইন মন্ত্ৰীৰ দায়িত্বৰ পৰা। কিৰেণ ৰিজিজুৰ সলনি ৰাম মেঘৱালক ভাৰতৰ নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে। 

মেঘৱালে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উপৰিও ৰিজিজুৰ বৰ্তমানৰ পৰ্টফলিঅ’ও লাভ কৰিব। 

লগতে পঢ়কঃ ডিজেলত ৩০ আৰ পেট্ৰলত ১২ ​​টকাকৈ মূল্য হ্ৰাস – ৰাইজক সকাহ দিবলৈ চৰকাৰৰ ডাঙৰ ঘোষণা

ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকলৰ মাজত পৰ্টফলিঅ’ পুনৰ আবণ্টন দিছে।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে , “  শ্ৰী কিৰেণ ৰিজিজুৰ ঠাইত ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালক তেওঁৰ বৰ্তমানৰ পৰ্টফলিঅ’ৰ উপৰিও আইন আৰু ন্যায় মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে স্বতন্ত্ৰ দায়িত্ব নিযুক্তি দিয়া হওক।”

ইয়াত কোৱা হৈছে যে ইয়াৰ সলনি ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব শ্ৰী কিৰেন ৰিজিজুৰ হাতত অৰ্পণ কৰা হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্বত আছিল।

২০২১ চনৰ ৮ জুলাইত ৰিজিজুৱে আইন আৰু ন্যায় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।ইয়াৰ পূৰ্বে ২০১৯ চনৰ মে’ৰ পৰা ২০২১ চনৰ জুলাইলৈকে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়কঃ হত্যাৰ বলি হৈছিল নেকি জোনমণি! প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত

Recent News

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

Sharad Pawar

শাৰদ পাৱাৰক হত্যাৰ ভাবুকি: সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd