• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশজোৰা ধৰ্মঘট ঘোষণা; পুনৰ ৫ দিনৰ বাবে বন্ধ হ’ব বেংকৰ সকলো কাম-কাজ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 8, 2020 7:44 pm

1 min read

closed bank

প্ৰতিনিধিত্বমূলক ছবি

66.2k
VIEWS
Share on FacebookShare on Twitter

দৰমহা বৃদ্ধিৰ দাবীত যোৱা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ৰাজহুৱাখণ্ডৰ বেংক কৰ্মচাৰীসকলে পালন কৰা দেশজোৰা ধৰ্মঘটৰ পিছত অহা মাৰ্চ মাহত পুনৰ ধৰ্মঘটত বহাৰ কথা ঘোষণা কৰিছে বেংকৰ কৰ্মচাৰীসকলে।

ভাৰতীয় বেংক কৰ্মচাৰী ফেডাৰেচন (BEFI) আৰু নিখিল ভাৰত বেংক কৰ্মচাৰী সংস্থা (AIBEA)-এ জানিবলৈ দিয়া মতে অহা ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈকে তিনিদিনীয়া বেংক ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব।

ভাৰতীয় বেংক সংস্থা (IBA)ৰ সৈতে দৰমহা বৃদ্ধিৰ সম্পৰ্কত হোৱা আলোচনাৰ কোনো ইতিবাচক ফলাফল নহাৰ পিছতে পুনৰ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

উল্লেখযোগ্য যে ১৩ মাৰ্চলৈকে ধৰ্মঘট চলিব যদিও মাহৰ দ্বিতীয়টো শনিবাৰ হোৱা হেতুকে ১৪ মাৰ্চ আৰু দেওবাৰ হিচাপে ১৫ মাৰ্চকে ধৰি ৫ দিনৰ বাবে বেংকৰ সকলো কাম-কাজ বন্ধ থাকিব। আনকি এই সময়ছোৱাত ATM সমূহো বন্ধ থাকিব পাৰে।

আনহাতে এইবাৰ যদিহে তেওঁলোকৰ দাবী সমূহ মানি লোৱা নহয় তেতিয়া অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি বেংক য়ুনিয়ন সমূহে ঘোষণা কৰিছে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd