• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বন্ধ’ দিলে জেইলৰ ভাত খাবলগীয়া হ’ব পাৰে অসমত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 19, 2019 6:52 pm
Calling on 'Assam Bandh' may put you in jail

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰ পৰা ‘অসম বন্ধ’ ঘোষণা কৰিলে কাৰাগাৰলৈ যাবলগীয়া হ’ব পাৰে। কাৰণ ‘বন্ধ’ক নিষিদ্ধ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়।

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে এই ৰায় প্ৰদান কৰি যিকোনো ধৰণৰ বন্ধ ঘোষণা কৰা কাৰ্যক ‘অবৈধ’ আৰু ‘অসাংবিধানিক’ আখ্যা দিয়ে। লগতে বন্ধ ঘোষণা কৰা সংগঠনৰ বিৰুদ্ধে প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে।

Apply Now

‘বন্ধ’ সম্পৰ্কীয় উচ্চ ন্যায়ালয়ৰ এই ৰায়টোত কোৱা হৈছে যে কোনো সংগঠনে প্ৰতিবাদৰ নামত অসম বন্ধকে ধৰি জিলা, মহকুমা বা কোনো অঞ্চলত বন্ধ ঘোষণা কৰিলে সেই সংগঠনৰ বিৰুদ্ধে জিলাৰ আৰক্ষী অধীক্ষকে ২৪ ঘন্টাৰ ভিতৰত গোচৰ ৰুজু কৰিব লাগিব।

বন্ধত হোৱা সকলো ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ বন্ধ দিয়া সংগঠনেই বহন কৰিব লাগিব বুলিও আদালতে ৰায় দিয়ে।

কেৱল বন্ধই নহয় পথ অৱৰোধ, ৰেল অৱৰোধো কৰিব নোৱাৰিব কোনো সংগঠনে। অন্যথা একেই পৰিণাম হ’ব বুলিও ন্যায়ালয়ে ৰায়দান কৰে।

আৰক্ষী অধীক্ষকে গোচৰ ৰুজু কৰাৰ উপৰিও এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগক এমাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে।

একেদৰে গৃহ আৰু ৰাজনৈতিক বিভাগে কোনো সংগঠনে দিয়া ‘বন্ধ’ৰ ক্ষয়-ক্ষতিসহ সবিশেষ তথ্য উচ্চ ন্যায়ালয়ত দাখিল কৰিব লাগিব।

উল্লেখ্য যে, ২০১৩ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ‘বন্ধ’ৰ বিৰুদ্ধে এক ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল হৈছিল। এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া চলাই ন্যায়ালয়ে অসম চৰকাৰৰ পৰা শপতনামা বিচাৰিছিল যদিও সুদীৰ্ঘ প্ৰায় ৬ বছৰে চৰকাৰে শপতনামা দাখিল কৰা নাছিল। অৱশেষত উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd