• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষি আইনক কেন্দ্ৰ কৰি কেজৰিৱাল আৰু অমৰিন্দৰ সিঙৰ মাজত তুমুল বাকযুদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2020 12:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে অলপতে অনা কৃষি আইনক কেন্দ্ৰ কৰি আম আদমী পাৰ্টি তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ বাকযুদ্ধই তুংগত উঠিছে।

কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ চৰকাৰে বিধানসভাত গৃহীত কৰা আইনৰ বৈধতা সন্দৰ্ভত কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে অমৰিন্দৰ সিঙে এই প্ৰসংগত বিৰোধীয়ে দুমুখীয়া ভুমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে।

Apply Now

সিঙে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে কেন্দ্ৰৰ কৃষি আইন কেইখন অকাৰ্যকৰী কৰাৰ বাবে বিধানসভাত গৃহীত কৰা বিধেয়ক কেইখনক সমৰ্থন জনাইছিল আকালী আৰু আপে, কিন্তু এতিয়া বাহিৰত বিৰোধিতা কৰি আছে।

সিঙে কেজৰিৱালক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই তেওঁকো পঞ্জাৱৰ দৰে স্থিতি গ্ৰহণ কৰি কৃষকৰ হিতসাধন কৰিবলৈ কয়।

সিঙৰ এই মন্তব্যৰ পিছতে টুইটৰ জৰিয়তে কেজৰিৱালে মন্তব্য কৰি কয় যে মুখ্য মন্ত্ৰী সিঙে নাটক কৰি জনসাধাৰণক মূৰ্খ বনাইছে আৰু তেওঁলোকক প্ৰতাৰণা কৰিছে।

কেজৰিৱালৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত সিঙে কয় যে আপ নেতাৰ এই মন্তব্যত অজ্ঞানতা প্ৰকাশ পাইছে আৰু ইয়াক লৈ আশ্বৰ্য্য হোৱা নাই কিয়নো দিল্লী পূৰ্ণ ৰাজ্য নহয়।

সিঙে কেজৰিৱালক প্ৰশ্ন কৰি কয়, ‘আপুনি কৃষকৰ লগত আছে নে বিৰুদ্ধে। মই আচৰিত হৈছো যে বিধানসভাত তেওঁলোকে সমৰ্থন কৰিলে আৰু এতিয়া ইয়াৰ বিৰুদ্ধে মন্তব্য কৰি আছে। ইয়াত তেওঁলোকৰ দুমুখীয়া নীতি প্ৰতিফলিত হৈছে’।

ইফালে কেজৰিৱালে টুইটত কয়, ‘ৰজা মহোদয়, আপুনি কেন্দ্ৰৰ আইন সংশোধন কৰিছে। কেন্দ্ৰই অনুমোদন জনোৱা আইন কোনো ৰাজ্যই সলনি কৰিব পাৰে নেকি? নোৱাৰে। আপুনি কেৱল মাত্ৰ নাটক কৰি আছে। আপুনি জনসাধাৰণক মূৰ্খ বনাইছে’।

কেজৰিৱালে লগতে কয়, ‘কালি আপুনি যি আইন আনিলে, তাৰ দ্বাৰা কৃষকে নিম্নতম সমৰ্থন মূল্য পাবনে? নাপায়। কৃষক নিম্নতম সমৰ্থন মূল্য লাগে আপোনাৰ মিছা আইন নহয়’।

উল্লেখ্য যে মঙলবাৰে পঞ্জাৱ বিধানসভাই কেন্দ্ৰই অনুমোদন জনোৱা নতুন কৃষি আইকেইখন অকাৰ্যকৰী কৰাৰ বাবে এক প্ৰস্তাৱ লৈ চাৰিখন বিধেয়ক গৃহীত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd