• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসৰ প্ৰচাৰ; অবড়ো সুৰক্ষা সমিতিৰ মুকলি সমৰ্থন!

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 28, 2021 12:21 pm
Nagen das Raijor dal

তামুলপুৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাস। ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিত অন্যান্য ৰাজনৈতিক দলৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসেও নিজৰ নিৰ্বাচনী  প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।

নিজৰ সমৰ্থকক লগত লৈ গাঁৱে গাঁৱে গৈ, ঘৰে ঘৰে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসে।

Apply Now

তামুলপুৰত ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত মুকলিকৈ ওলাই আহিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতা আৰু তেওঁৰ সহকৰ্মী সকল।

ইয়াৰ মাজতে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসে কয়, ‘’কৃষক নেতা অখিল গগৈক চৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখিছে। অখিল গগৈৰ যি নীতি আদৰ্শ তাৰ প্ৰতি সন্মান জনাই এইবাৰ তামুলপুৰ সমষ্টিত ৰাইজে মোক ভোটদান কৰিব।‘’

তেওঁ লগতে কয়, ‘’মোৰ প্ৰতিদ্বন্দ্বী হিচাপে এইবাৰ তামুলপুৰত কোনো প্ৰাৰ্থী নাই আৰু মোৰ জয় সুনিশ্চিত। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত বুজাবুজি আছে। গতিকে অসম জাতীয় পৰিষদৰ সমৰ্থনো মই লাভ কৰিছো।‘’

আনহাতে, তেওঁ বিজয়ী হ’লে কৃষক ৰাইজৰ হৈ কাম কৰিব আৰু কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য দিয়াৰ বাবে ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ইপিনে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত মুকলিকৈ ওলাই আহিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতা।

কলিতাই কয় যে অজনাজাতি অধ্যুষিত তামুলপুৰ বিধানসভা সমষ্টিত কোনো এটা ৰাজনৈতিক দলেই অজনজাতীয় লোকক প্ৰাৰ্থীত্ব দিয়া নাই।

অজনাজাতীয় লোকৰ ভৱিষ্যত প্ৰজন্মৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থতেই তামুলপুৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ হৈ ওলাই আহিছো  অবড়ো সুৰক্ষা সমিতি।

ৰাইজে এইবাৰ নগেন চন্দ্ৰ দাসক ভোটদান কৰিব বুলি উল্লেখ কৰি কলিতাই কয় যে এচাম বিক্ৰী যোৱা অজনজাতীয় লোকে যি সকলে সমষ্টিৰ চাৰিসীমা চিনি নাপায়, তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে।

তামুলপুৰ সমষ্টিটো যাতে ভৱিষ্যতে অজনজাতিৰ বাবে সুৰক্ষিত হৈ থাকে তাৰ বাবে ভোটাৰ ৰাইজে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসক ভোট দিব লাগে বুলিও আহ্বান জনায় অবড়ো সুৰক্ষা সমিতিৰ নেতা যোগেশ্বৰ কলিতাই।

Tags: Assam Election
দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd