• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

এৰিম এৰিম বুলিও ধূমপান এৰিব পৰা নাই নেকি? তেন্তে এতিয়াই পঢ়ি লওঁক এইটো লেখা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2025 7:30 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধূমপান এনে এটা অভ্যাস যিটো অভ্যাস এবাৰ গঢ় লৈ উঠিলে এৰিবলৈ টান। বহু লোকে ধূমপানৰ ফলত হোৱা ক্ষতি উপলব্ধি কৰি ধূমপান ত্যাগ কৰাৰ কথা ভাবে যদিও এৰিব নোৱাৰে।

ধূমপানৰ অভ্যাস ত্যাগ কৰাটো এক প্ৰত্যাহ্বানজনক প্ৰক্ৰিয়া, কিন্তু সঠিক পৰিকল্পনা আৰু দৃঢ় ইচ্ছাৰে ইয়াক সম্ভৱ কৰিব পাৰি।

Apply Now

ধূমপান ত্যাগ কৰাৰ কিছু সৰল উপায় তলত উল্লেখ কৰা হ’ল –

১. এটা নিৰ্দিষ্ট দিন ধৰি আৰম্ভ কৰক

 ক) ধূমপান এৰাৰ বাবে এটা তাৰিখ ঠিক কৰক (যেনে: জন্মদিন, বিবাহৰ বাৰ্ষিকী, নৱবৰ্ষ ইত্যাদি)। 

 খ) এই দিনটোৰ পৰা সম্পূৰ্ণৰূপে ধূমপান বন্ধ কৰিবলৈ চেষ্টা কৰক।

২. নিকটিন প্ৰতিষ্ঠাপন থেৰাপি (NRT)

ক) ধূমপান ত্যাগ কৰিবলৈ নিকটিন গঁঠি (Patches), চুইংগাম, লজেঞ্চ, নেজাল স্প্ৰে আদিৰ সহায় ল’ব পাৰে। 

৩. চিকিৎসকৰ পৰামৰ্শ লওক

ক) চিকিৎসকে দিয়া বেব্ৰিয়ান (Varenicline), বুপ্ৰ’পিয়ন আদি ঔষধে নিকটিনৰ প্ৰতি আসক্তি কমায়। 

খ) এই ঔষধবোৰ লোৱাৰ পূৰ্বে চিকিৎসকৰ সৈতে আলোচনা কৰিব নাপাহৰিব।

 ৪. কাৰণ বা পৰিস্থিতি চিনাক্ত কৰক

ক) যিবোৰ ঠাই, সময় বা মানুহে ধূমপান কৰিবলৈ উৎসাহিত কৰে সেইবোৰ এৰাই চলক।

খ) ধূমপানৰ সলনি আন কিবা খোৱাৰ অভ্যাস গঠন কৰক (যেনে: ফল খোৱা, পানী খোৱা আদি)।

৫. মানসিক সহায় লওক

  ক) পৰিয়াল, বন্ধু-বান্ধৱীৰ পৰা সহায় লওক। 

  খ) চিকিৎসকৰ ওচৰত কাউন্সেলিং বা থেৰাপি ল’ব পাৰে। ধূমপানৰ নিচা এৰাত সহায়ৰ বাবে ভাৰতত টোবেকো কুইটলাইন নামৰ এক ব্যৱস্থা আছে। ১৮০০-১১২-৮৭৮ হেল্পলাইন নাম্বাৰত ফোন কৰি টোবেকো কুইটলাইনৰ সহায় ল’ব পাৰে।

৬. ব্যায়াম আৰু ধ্যান:

ক) নিয়মীয়া শাৰীৰিক কাৰ্য্য (যেনে: খোজ কঢ়া, যোগাভ্যাস) কৰিলে মানসিক চাপ আৰু ধূমপানৰ ইচ্ছা কমে। 

খ) ধ্যান বা প্ৰাণায়ামে মন স্থিৰ কৰাত সহায় কৰে।

৭. সৰু লক্ষ্য স্থিৰ কৰক

  ক) প্ৰথমে এদিন, তাৰ পিছত এটা সপ্তাহ, তাৰ পিছত এমাহৰ বাবে পৰিকল্পনা লওক।

 খ) প্ৰতিটো সফলতাৰ বাবে নিজকে প্ৰসংশা কৰক বা মনে ভালপোৱা কিবা কাম কৰক।

 ৮. পুনৰাবৃত্তিৰ পৰা সাৱধান

ক) এবাৰ এৰি দিয়াৰ পিছত যদি আকৌ ধূমপান কৰে তেন্তে তাৰ কাৰণটো বিশ্লেষণ কৰি পুনৰ এৰাৰ চেষ্টা কৰক। 

খ) উল্লেখ্য ৯০% লোকেই কেইবাবাৰো এৰাৰ চেষ্টাৰ পিছতহে সফল হয়।

ধূমপান এৰাৰ পিছত কি লাভ হ’ব জানো আহক –

ক) ধূমপান ত্যাগ কৰাৰ ২৪ ঘণ্টাৰ পিছত ৰক্তচাপ আৰু হৃদস্পন্দন স্বাভাৱিক হয়। 

খ) ধূমপান ত্যাগ কৰাৰ ১ বছৰৰ পিছত হৃদৰোগৰ সম্ভাৱনা কমি যায়।

গ) ধূমপান ত্যাগ কৰাৰ ১০ বছৰ পিছত হাওঁফাওঁৰ অৱস্থা ধূমপান নকৰা লোকৰ অৱস্থাৰ দৰে ঘূৰি আহে। সৰু সৰু পৰিবৰ্তনেই ডাঙৰ সফলতা আনে। নিজক বিশ্বাস ৰাখি চেষ্টা অব্যাহত ৰাখক!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd