• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজ্ঞাপন দেখুৱাই সময় নষ্ট কৰাৰ বাবে চিনেমা হলৰ বিৰুদ্ধে গোচৰ ৰুজু! ৬৫ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2025 2:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৫ মিনিটৰ বিজ্ঞাপন! এজন যুৱকে নিজৰ সময় নষ্ট কৰাৰ বাবে এটা জনপ্ৰিয় চিনেমা হল আৰু টিকট বুকিং কোম্পানীৰ বিৰুদ্ধে গোচৰ তৰে! সেই ঘটনাৰ ক্ষতিপূৰণ হিচাপে সংশ্লিষ্ট চিনেমা হল কৰ্তৃপক্ষক আদালতে ৬৫ হাজাৰ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ত্ৰিশ বছৰীয়া যুৱকজনে ২০২৩ চনত বেংগালুৰুৰ জনপ্ৰিয় পিভিআৰ ইনক্স থিয়েটাৰত ‘ছেম বাহাদুৰ’ নামৰ এখন ছবি চাবলৈ গৈছিল। এই কাৰণতে তেওঁ ইতিমধ্যে ‘বুক মাই শ্ব’’ এপৰ পৰা অনলাইনযোগে টিকট ক্ৰয় কৰিছিল। সন্ধিয়া ৪ বজাৰ অনুষ্ঠান চাবলৈ যুৱকজনে টিকট কিনিছিল। তেঁও ভাবিছিল সন্ধিয়া ৬:৩০ বজাৰ আগতে চিনেমা শেষ হ’ব। ইয়াৰ পাছত তেওঁৰ এটা জৰুৰী কামো আছিল। কিন্তু অভিযোগটো হ’ল যে নিৰ্ধাৰিত সময় অনুসৰি চিনেমাখন আৰম্ভ কৰাৰ পৰিৱৰ্তে প্ৰায় ৪:৩০ বজাৰ পৰা আৰম্ভ হয়! তাৰ আগতে দীঘলীয়া ২৫ মিনিট বিজ্ঞাপন দেখুওৱা হৈছিল। ফলত যুৱকজনৰ কামত পলম হৈছিল। ইয়াৰ পাছত তেওঁ চিনেমা হল কৰ্তৃপক্ষ আৰু টিকট বুকিং কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভিত হৈ গোচৰ ৰুজু কৰিলে!

Apply Now

আদালতত যুৱকজনে দাবী কৰিছিল যে সেই চিনেমা হলৰ বাবেই তেওঁৰ “মূল্যৱান সময়” অপচয় হৈছে। পলম হোৱাৰ বাবে সিদিনা সন্ধিয়া আন কোনো কামত উপস্থিত থাকিব নোৱাৰিলে। সকলো শুনাৰ পাছত আদালতে যুৱকজনৰ সপক্ষে ৰায় দিলে! আদালতে লক্ষ্য কৰিছিল যে সময় টকাৰ সমাৰ্থক। গতিকে সময় নষ্ট কৰাৰ অভিযোগ ন্যায্য। তদুপৰি চিনেমা চাই থাকোঁতে দৰ্শকক বিজ্ঞাপন চাবলৈ বাধ্য কৰাটো এক অন্যায় বাণিজ্যিক প্ৰথা। নিয়ম অনুসৰি চিনেমা আৰম্ভ হোৱাৰ ১০ মিনিট আগতে আৰু দুটা অৰ্ধৰ মাজত বিজ্ঞাপন দেখুৱাব পাৰিব। পিভিআৰ আৰু ইনক্সক সময় নষ্ট কৰাৰ বাবে ৫০ হাজাৰ টকা, মানসিক হাৰাশাস্তিৰ বাবে ৫ হাজাৰ টকা, যুৱকসকলে দাখিল কৰা অভিযোগ আৰু আইনী খৰচৰ বাবে ১০ হাজাৰ টকা জৰিমনা বিহা হয়। এই সকলো টকা সেই ব্যক্তিজনৰ হাতত গতাই দিব লাগিব। তদুপৰি আদালতে প্ৰতিষ্ঠান দুটাক এক লাখ টকা অতিৰিক্ত জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু টিকট বুকিং কোম্পানী ‘বুক মাই শ্ব’’ এই ঘটনাৰ পৰা বাদ দিয়া হৈছে। আদালতে যুক্তি দিছিল যে এই কাণ্ডৰ সৈতে সংগঠনটোৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd