বহুতৰে কিছুমান চখ থাকে। ইয়াৰে কিছুমান চখ ইমান ব্যয়বহুল যে সেই চখ পূৰণ কৰিবলৈ সংশ্লিষ্ট পক্ষই কোনো চিন্তা কৰিবলৈ ৰাজী...
Read moreDetailsভাৰতত BMWক বিলাসী বাহনৰ বাবে জনা যায় যদিও এইবাৰ ই ভাৰতীয় বজাৰত দুখনকৈ আকৰ্ষণীয় বাইক মুকলি কৰিছে। ক’বলৈ গ’লে এয়া...
Read moreDetailsমহামাৰী কৰ’না ভাইৰাছৰ আতংকই ভাৰতকে ধৰি গোটেই বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বলবৎ কৰা লকডাউনৰ...
Read moreDetailsকাৰ নিৰ্মাতা কোম্পানী হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে চলিত সংকটৰ সময়ত ভেন্টিলেটৰ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে ফ্ৰান্সৰ কোম্পানী...
Read moreDetailsঅটোমোবাইল মেকাৰ এফ চি এ ইণ্ডিয়াই ভাৰতত জীপ ৰেংলাৰ ৰুবিকন মুকলি কৰিছে। সমগ্ৰ ভাৰততে গাড়ীখনৰ দাম হ’ব 68.94 লাখ টকা।...
Read moreDetailsহুণ্ডাই ইণ্ডিয়াই বুধবাৰে Grand i10 Nios ৰ নতুন শক্তিশালী সংস্কৰণ মুকলি কৰে।নতুন শক্তিশালী মডেলটোত ১.০ লিটাৰৰ টাৰ্বো GDi BS-6 পেট্ৰ’ল...
Read moreDetailsভাৰতত চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা বন্ধ হ’ব বি এছ ৪ মদেলৰ সকলো গাড়ীৰ বিক্ৰী আৰু পঞ্জীয়ন। ভাৰতৰ উচ্চতম ন্যায়ালয়ে...
Read moreDetailsআপুনি যদি কাৰ বা বাইক কিনাৰ কথা ভাৱিছে তেতিয়াহ’লে আপোনাৰ বাবে আছে গুৰুত্বপূৰ্ণ খৱৰ। উচ্চতম ন্যায়ালয়ে আকৌ এবাৰ কৈছে যে...
Read moreDetailsহিৰো চাইকলে শেহতীয়া অট’ এক্সপোত তিনিখন বেটাৰী চালিত চাইকেলৰ প্ৰদৰ্শন কৰে। এই চাইকেল চলিত বৰ্ষৰ দ্বিতীয়ভাগত বিক্ৰীৰ বাবে মুকলি কৰি...
Read moreDetailsকৰ্ণাটকৰ বেংগালুৰুত সাত বছৰ পূৰ্বে আৰম্ভ হোৱা ইলেকট্ৰিক স্কুটাৰ কোম্পানী আথাৰে ক্ৰমে ভাৰতৰ বজাৰত প্ৰসাৰ লাভ কৰে। এইবাৰ নতুন স্কুটাৰৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd