• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

কৰ’না সংকটৰ মাজতে ভেন্টিলেটৰ বনোৱাৰ বাবে আগবাঢ়িছে কাৰ নিৰ্মাতা কোম্পানী Hyundai

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 20, 2020 9:24 am

1 min read

venti750_1587269440_618x347 new

প্ৰতিনিধিত্বমূলক ফটো

15.8k
VIEWS
Share on FacebookShare on Twitter

কাৰ নিৰ্মাতা কোম্পানী হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে চলিত সংকটৰ সময়ত ভেন্টিলেটৰ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে ফ্ৰান্সৰ কোম্পানী এয়াৰ লিক্কিড মেডিকেল চিষ্টেমছৰ (এ এল এম এছ) সৈতে চুক্তি কৰিছে।

দেশত কৰ’না ভাইৰাছৰ সংকট বৃদ্ধি পোৱাৰ সময়ত অটোমোবাইল কোম্পানীসমূহে নিজৰ নিজৰ সামৰ্থ অনুযায়ী সহায়ৰ বাবে আগবাঢ়ি আহিছে। এনে সময়তে হুণ্ডাই কোম্পানীয়ে চিকিৎসা ব্যৱস্থাক সহায় কৰাৰ বাবে ভেন্টিলেটৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে।

জানিব পৰা মতে এই ভেন্টিলেটৰ তামিলনাডু আৰু আন ৰাজ্যত যোগান ধৰিব। ফ্ৰান্সৰ কোম্পানী এ এল এম এছৰ ভাৰতীয় শাখীৰ কাৰখানা চেন্নাইৰ ওচৰত আছে। বুজাবুজি অনুসৰি দুয়োটা কোম্পানীয়ে প্ৰথম পৰ্যায়ত ১,০০০ ভেন্টিলেটৰ বনাব আৰু পাছলৈ ইয়াৰ সংখ্যা বৃদ্ধি কৰিব।

হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যৱাহী বিষয়া এছ এছ কিমে কয় যে কৰ’না ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভেন্টিলেটৰকে ধৰি আন চিকিৎসা সামগ্ৰী বহু গুৰুত্বপূৰ্ণ। দেশত ভেন্টিলেটৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ হুণ্ডাই আৰু এ এল এম এছে চেষ্টা অব্যাহত ৰাখিব।

উল্লেখ্য যে আগন্তুক দিনত যদি কৰ’নাকলৈ পৰিস্থিতি অধিক অৱনতি ঘটে তেতিয়া ভেন্টিলেটৰৰ প্ৰয়োজনীয়তা বৃদ্ধি পাব।

বেন্টিলেটৰ এনে এক যন্ত্ৰ যিয়ে ৰোগীক শ্বাস লোৱাত সহায় কৰে। সাধাৰণতে নিজেই অক্সিজেন গ্ৰহণ কৰিবলৈ অসমৰ্থ ৰোগীসকলক এই যন্ত্ৰই শ্বাস লোৱাত সহায় কৰে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd