• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

কৰ’নাৰ ফলত আৰ্থিক মন্দা; এপ্ৰিলত বিক্ৰী নহ’ল মাৰুতিৰ এখনো গাড়ী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2020 9:51 am
550626-maruti
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহামাৰী কৰ’না ভাইৰাছৰ আতংকই ভাৰতকে ধৰি গোটেই বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে।

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বলবৎ কৰা লকডাউনৰ ফলত বহু উদ্যোগৰ অৱস্থা শোচনীয় হৈ পৰিছে। গাড়ী নিৰ্মাণকাৰী অটো ইণ্ডাষ্ট্ৰীও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

Apply Now

দেশৰ আটাইতকৈ বৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকী ইণ্ডিয়াই যোৱা মাহত এখনো গাড়ী বিক্ৰী কৰিবলৈ সক্ষম নহ’ল।

কোম্পানীটোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যোৱা এপ্ৰিল মাহটোত এখনো গাড়ী বিক্ৰী নহ’ল। শুকুৰবাৰে কোম্পানীটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি এপ্ৰিল মাহত তেওঁলোকৰ কাৰৰ কোনো গ্ৰাহক নাপালে।

যোৱা ২৫ মাৰ্চৰ পৰা দেশত আৰম্ভ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰি মাৰুতি চুজুকী ইণ্ডিয়াই ২২ মাৰ্চৰ পৰাই উৎপাদন বন্ধ কৰি দিয়ে।

অৱশ্যে, কোম্পানীটোৱে কৰ’নাৰ বিৰুদ্ধে যুঁজত চৰকাৰক সহযোগিতা কৰাৰ বাবে তেওঁলোকৰ প্ৰকল্পটোত ভেন্টিলেটৰ, মাস্ক আদি তৈয়াৰ কৰি আছে।

কেবল মাৰুতিয়েই নহয়, প্ৰায়বোৰ গাড়ী নিৰ্মাতা কোম্পানীৰে অৱস্থা শোচনীয় আৰু যিধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তালৈ চাই বজাৰলৈ কেতিয়া ভাল দিন আহিব সেয়া কোৱাটো কঠিন হৈ পৰিছে।

আনহাতে, অটো ইণ্ডাষ্ট্ৰীসমূহে লকডাউনৰ পূৰ্বৰে পৰা সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে। বিশেষকৈ BS4ৰ পৰা BS6 লৈ ৰূপান্তৰিত কৰাৰ কাৰণে কোম্পানীৰ লোকচান হৈছিল। কিন্তু লকডাউনে তেওঁলোকৰ অৱস্থা আৰু অধিক শোচনীয় কৰিলে।

বাতৰি অনুসৰি, মাৰ্চ মাহতো মাৰুতিৰ গাড়ী বিক্ৰীত স্থৱিৰতা আহি পৰিছিল। লকডাউনৰ খোলাৰ কিছু দিনৰ পাছত অৱস্থা ভাললৈ আহিব বুলি অনুমান কৰা হৈছে যদিও ইয়াৰ বাবে স্বাভাৱিক অৱস্থালৈ আহিবলৈ কিমান সময় লাগে সেয়া কোৱাটো কঠিন হৈ পৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd