হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া(Honda Motorcycle and Scooter India) ই BS-6 মানদণ্ডৰ মটৰচাইকেল এএছপি 125 মুকলি কৰিছে। দিল্লীত ইয়াৰ মূল্য...
Read moreDetailsআপোনাৰ যদি হোণ্ডাৰ কাৰ’ৰ প্ৰতি চখ আছে তেতিয়াহ’লে আপোনাৰ বাবে ভাল খৱৰ। হোণ্ডাই ভাৰতত ইয়াৰ বৰ্তমানৰ পেট্ৰ’ল মডেলৰ BS6 ৰ...
Read moreDetailsমানালিৰ পৰা লেহলৈ টাটা নেক্সন ইলেকট্ৰিক কাৰ চলোৱা এলানি ভিডিঅ’ ছিৰিজ য়ুটিউবত মুকলি হৈছে। হিমালয় অঞ্চলত এইদৰে চলোৱা এইখনেই হৈছে...
Read moreDetailsগুৱাহাটীক প্ৰদূষণ মুক্ত কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত গুৱাহাটীবাসীৰ বাবে ১৫ খন ইলেকট্ৰিক...
Read moreDetailsযদিহে আপুনি BHIM (Bharat Interface for Money) App ব্যৱহাৰ কৰে তেনেহ’লে আপোনাৰ বাবে সুখবৰ কিয়নো কেন্দ্ৰ চৰকাৰে ভীম এপৰ নতুন...
Read moreDetailsবিশ্ব প্ৰসিদ্ধ বেনেলিয়ে ভাৰতীয় বজাৰত ইয়াৰ প্ৰথম ৰেত্ৰ’ মটৰবাইক ইম্পেৰিয়াহালে ৪০০ (Imperiale 400) মুকলি কৰিছে। দুয়োখন বিশ্ব যুদ্ধৰ সাক্ষী বেনেলিৰ...
Read moreDetailsএছএমডি গ্লোবেলে গ্ৰাহকক আবেগিক কৰি তুলি বজাৰত এটা নতুন ফোন মুকলি কৰে। অলপতে কোম্পানীটোৱে Nokia 7.2 আৰু Nokia 6.2 নামৰ...
Read moreDetails১৯৮০ৰ পৰা ১৯৯০ চনৰ ভিতৰত জনসাধাৰণৰ মাজত অন্যতম জনপ্ৰিয় দুচকীয়া বাহন বাজাজ চেতক ১৪ বছৰৰ বিৰতিৰ অন্তত পুনৰ ভাৰতীয় গাড়ী...
Read moreDetailsআজি ভাৰতত মুকলি হ’ব Redmi Note 8 Pro। ইতিমধ্যে চীনত মুকলি কৰি দিয়া এই ফোনটোত Helio G90T প্ৰচেছৰ, 64MP প্ৰাইমাৰি...
Read moreDetailsএমাজনত যোৱা ১৩ অক্টোবৰৰ পৰা চলি আছে গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল (Amazon Great Indian Festival Sale)। গ্ৰাহক সকলে ইয়াৰ সম্পূৰ্ণ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd