সমগ্ৰ ৰাজ্য খনতে অহা ১২ ফেব্ৰুৱাৰিৰ পৰা ৭ মাৰ্চলৈ ক্ৰমে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ‘ব৷...
Read moreDetailsমাজুলী জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহতো এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুনিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ...
Read moreDetailsদীঘলীয়া অপেক্ষাৰ অন্ত পেলাই অৱশেষত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা, সংস্কৃত প্ৰৱেশিকা আৰু...
Read moreDetailsগণিতক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৰিহণাৰ বাবে গুৱাহাটীৰ আগশাৰীৰ বিদ্যালয় ‘মাৰিয়া পাব্লিক স্কুল’ৰ গণিতৰ শিক্ষক মুনীন্দ্ৰ কুমাৰ মজুমদাৰক ‘নেশ্যনেল...
Read moreDetailsঅসমৰ মাধ্যমিক শিক্ষা খণ্ডৰ মূল কেন্দ্ৰ বিন্দু ‘অসম মাধ্যমিক শিক্ষা পৰিষদ’ক চৰকাৰে নিজ ইচ্ছাৰে শোচনীয় অৱস্থাৰ দিশলৈ ঠেলি দিব বিচাৰিছে...
Read moreDetailsদিব্যাংগ সকলৰ সহায়ৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে হাতত লৈছে বিশেষ ব্যৱস্থা। ১৪ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ'ব লগীয়া হাইস্কুল শিক্ষান্ত...
Read moreDetailsনিজৰ প্ৰাপ্যৰ দাবীত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে গ্ৰহণ কৰা অসহযোগ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাজ্যখনৰ ৩৯হাজাৰ প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণ অচল হৈ পৰে।...
Read moreDetailsঅসমৰ আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰৰ বাৰ্ষিক ক্ৰীড়া...
Read moreDetailsকাইলৈ অৰ্থ্যাৎ ৪ ফেব্ৰুৱাৰিৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয় অচল হৈ পৰিব। কিয়নো কাইলৈ ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত তলা...
Read moreDetailsউচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলিয়াবৰ মহাবিদ্যালয়ে চলিত বছৰত ভৰি দিলে ৫০ বছৰ বয়সত। এই বৰ্ষটোক 'সোণালী জয়ন্তী' হিচাপে উদযাপন কৰাৰ মানসেৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd