• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰীক প্ৰত্যাহ্বান : অচল হৈ পৰিল ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2019 7:51 am
SiddharthaBhatta-570x320-750x375

প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে শিক্ষা মন্ত্ৰীৰ বৈঠকৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ প্ৰাপ্যৰ দাবীত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে গ্ৰহণ কৰা অসহযোগ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাজ্যখনৰ ৩৯হাজাৰ প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণ অচল হৈ পৰে। ইয়াৰ বিপৰীতে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গ্ৰহণ কৰা এই আন্দোলনৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি জনোৱা নাই।

ইপিনে, প্ৰাথমিক শিক্ষকসকলৰ দাবীক গুৰুত্ব দিয়াৰ বিপৰীতে শিক্ষা মন্ত্ৰীয়ে ‘ভুকুতে কল পকাব বিচৰা’ৰ অভিযোগ আনি শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিয়ে। শিক্ষা মন্ত্ৰীৰ এনে দমনমূলক আচৰণত ক্ষুব্ধ হৈ পৰিছে শিক্ষকসকল।

Apply Now

প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে শিক্ষা মন্ত্ৰীক উভতি ধৰি কয় যে ২২৮ দিনে নপকা কল গেছ দিব লগা হোৱাটোৱেই স্বাভাৱিক। প্ৰয়োজন অধিক শক্তিশালী গেছ দিবলৈ প্ৰস্তুত বুলিও গোস্বামীয়ে এটা বিবৃতিযোগে ব্যক্ত কৰে।

গোস্বামীয়ে সপ্তম দৰমহা বিধিয়ে দিয়া প্ৰাপ্য দৰমহা সোতৰ মাহে ভোগ কৰাৰ পাছত মুহূৰ্তৰ ভিতৰতে ঘুৰাই ল’ব পৰা চৰকাৰখনে ঘুৰাই দিবলৈ বিলম্ব কৰাটো অন্যায় বুলি উল্লেখ কৰি কয় যে প্ৰাথমিক বিদ্যালয়ত মুৰব্বীৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰা শিক্ষা মন্ত্ৰীয়ে সেয়া কাৰ্যকৰী কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে তাক ঢাকিবলৈ আওপকীয়াকৈ শিক্ষকৰ দৰমহা কৰ্তনৰ ভাবুকি দিছে।

তেওঁ লগতে সেই ভাবুকিক গুৰুত্ব দিয়া নহয় বুলিও স্পষ্ট কৰি দিয়াৰ লগতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ দাবীসমূহ সমাধান কৰিবলৈ শিক্ষা মন্ত্ৰীক দাবী জনায়।

আনহাতে, বিবৃতিটোৰ জৰিয়তে সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই এটা মাহ পাৰ হৈ যোৱাৰ পাছতো বৃত্তি পৰীক্ষাৰ ফলাফল দিব নোৱাৰাটো আৰু ৰাজ্যখনৰ এক তৃতীয়াংশ ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি নোপোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

তেওঁ লগতে কয় যে প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰা শিক্ষকসকলক ৰঙা চকু দেখুওৱাৰ পৰিৱৰ্তে সৰু সৰু সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰক। চৰকাৰৰ গুৰুত্বহীনতা তথা শিক্ষকৰ নায্য প্ৰাপ্তিৰ প্ৰতি অন্যায়ৰ বাবেই ৰাজ্যখনৰ ৫০ লাখ ছাত্ৰ-ছাত্ৰীয়ে পাঠগ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd