শেহতীয়াকৈ অসমৰ ৰাজহুৱা শিক্ষাখণ্ডত আশাৰ নতুন ৰেঙনি দেখা গৈছে। বিগত কেইবছৰমানৰ পৰা আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি...
Read moreDetailsশিক্ষক দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ লতাশিলত প্ৰায় ৯ হাজাৰ ‘টিউটৰ’ শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰে। মূলতঃ প্ৰাদেশিক মধ্য ইংৰাজী আৰু নিম্ন...
Read moreDetailsড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত লৈছিল। সেই দেশৰ প্ৰশাসনে হাৰ্ভাৰ্ডৰ পুঁজি কৰ্তনৰ সিদ্ধান্ত বাতিল কৰিছে আদালতে।...
Read moreDetailsবুধবাৰে অসমৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে ৰাজ্যিক শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত শিক্ষকসকলৰ নামৰ তালিকা ঘোষণা কৰে। এক্সত পেগুৱে বিজয়ীসকলক অভিনন্দন জনাই...
Read moreDetailsশিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং সমীক্ষা(এন আই আৰ এফ) ২০২৫ত গুৱাহাটী বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষ ১০ খন ৰাজ্যিক ৰাজহুৱা...
Read moreDetailsবৃহস্পতিবাৰে নতুন দিল্লীত প্ৰকাশ পোৱা ২০২৫ চনৰ সামগ্ৰিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ) ৰেংকিঙত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট...
Read moreDetailsপুনৰ বিতৰ্কত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য এম জগদীশ কুমাৰ। এইবাৰ পি এইচ ডি নামভৰ্তিত সংৰক্ষণৰ নিয়ম মানি নচলাৰ অভিযোগ।...
Read moreDetailsআজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সম্বোধন কৰে সংবাদ মেল। চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ আউট হাৰ সন্দৰ্ভত সংবাদ মেল ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰী...
Read moreDetailsউচ্চতম ন্যায়ালয়ে শিক্ষক যোগ্যতা পৰীক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ নিৰ্ণয় গ্ৰহণ কৰিছে। আদালতে কয়, যিসকল শিক্ষকে এতিয়ালৈকে টেট উত্তীৰ্ণ কৰিব পৰা নাই,...
Read moreDetailsঅক্টোবৰৰ সময়সীমাৰ পূৰ্বে অসম চৰকাৰক বাকী থকা পিজিটি যুগ্য প্ৰাৰ্থীৰ তলিকা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে অসমৰ স্নাতকোত্তৰ শিক্ষক (পিজিটি) প্ৰাৰ্থীসকলে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd