শিক্ষা

চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ বাবে ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ অনুচ্ছেদ সমূহ

সকলো চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষা বাবে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ সমূহ অতি গুৰুত্বপূৰ্ণ। সকলোবোৰ চৰকাৰী চাকৰিৰ পৰীক্ষাত ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ অনুচ্ছেদ...

Read moreDetails

হোলীৰ নৃত্য-গীতৰ বাবে প্ৰদান কৰা নহ’ল অনুমতি! ১৫০ জন অধ্যাপক আৰু কৰ্মচাৰীক বন্দী কৰি নিলম্বিত ৪ জন ছাত্ৰ

মধ্যপ্ৰদেশৰ ইন্দোৰস্থিত বিখ্যাত চৰকাৰী হোলকাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰ নেতাক নিলম্বন কৰিছে কৰ্তৃপক্ষই। হোলী উপলক্ষে নৃত্য মহোৎসৱ অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ...

Read moreDetails

হাইস্কুলৰ শিক্ষকসকলৰ বাবে সুখবৰ!হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়

হাইস্কুলৰ শিক্ষকসকলৰ বাবে এক সুখবৰ! গুৱাহাটী উচ্চ ন্যায়ালয়ে হাইস্কুলৰ প্ৰধান শিক্ষকৰ যোগ্যতাৰ  সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। বিজ্ঞানৰ স্নাতক শিক্ষকও...

Read moreDetails

‘ইউফুজিম-২৫’ আয়োজনৰ বাবে সাজু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়!

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৫ মাৰ্চৰপৰা ৮মাৰ্চ ২০২৫ তাৰিখলৈ বিশ্ববিদ্যালয় সপ্তাহ "ইউফুজিম- ২৫" অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । সংগীত, নাটক,...

Read moreDetails

অসম ষ্টাৰ্ট আপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ষ্টাৰ্টআপ ইক’চিষ্টেম উন্নয়ন আৰু বৃদ্ধিৰ বাবে দুটা গুৰুত্বপূৰ্ণ সংস্থাৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ২০২৫ চনৰ ২৬...

Read moreDetails

হাইস্কুল শিক্ষান্ত পৰীক্ষাত জালিয়াতি; বজালীৰ এটা পৰীক্ষা কেন্দ্ৰত ধৰা পৰিল ভুৱা পৰীক্ষাৰ্থী

দাতিৰবাৰী কোৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ পৰীক্ষা কেন্দ্ৰত পোহৰলৈ আহিছে ব্যাপক অনিয়ম। জালি এডমিট কাৰ্ড লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী...

Read moreDetails

নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰী বিতৰ্ক! দিল্লী বিশ্ববিদ্যালয়ৰ আবেদনৰ ৰায় সংৰক্ষিত ৰাখিলে দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ সন্দৰ্ভত তথ্য প্ৰকাশৰ নিৰ্দেশ দিয়া চিআইচিৰ আদেশক প্ৰত্যাহ্বান জনাই দিল্লী বিশ্ববিদ্যালয়ৰ আবেদনৰ ওপৰত দিল্লী উচ্চ...

Read moreDetails

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে জৰুৰী কিছু প্ৰশ্নোত্তৰ

 ভাৰতত নদী ১/ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন?  → গংগা (২,৫২৫ কিলোমিটাৰ)। ২/ কোনখন নদীক "দক্ষিনা গংগা" বুলি জনা যায়?...

Read moreDetails

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষা বাবে ভাৰতীয় সংবিধান সম্পৰ্কীয় কিছুমান প্ৰশ্নোত্তৰ

১.  ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল?     উঃ ২৬ নৱেম্বৰ ১৯৪৯। (কাৰ্যকৰী হৈছিল ২৬ জানুৱাৰী ১৯৫০ তাৰিখে)।  ২.  ভাৰতীয় সংবিধানৰ...

Read moreDetails

২২ ৰ পৰা ২৬ মাৰ্চলৈ বোকাখাত গ্ৰন্থমেলা : মুকলি হ’ল চূড়ান্ত কাৰ্যসূচী আৰু শীৰ্ষ গীত

'গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্ৰিক উত্তৰণ সম্ভৱ'— এই চিন্তাকে মূল হিচাপে লৈ বোকাখাতত পূৰ্ণগতিত চলিছে বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ প্ৰস্তুতি৷ উঠি অহা...

Read moreDetails
Page 20 of 201 1 19 20 21 201

Stay Connected

Recent News