শিক্ষা

নতুন উপাচাৰ্য নিযুক্তি নিদিয়া পৰ্যন্ত চলি থাকিব ধৰ্মঘট : বি এছ য়ু

বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি প্ৰদানৰ দাবীত বড়োলেণ্ড ছাত্ৰ সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটে অচল কৰি তুলিছে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ। বি এছ...

Read moreDetails

উচ্চ ন্যায়ালয়ত মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ গোচৰ : বিত্ত তথা শিক্ষা বিভাগলৈ জাননী জাৰি

দীৰ্ঘদিন ধৰি প্ৰাপ্য গ্ৰেড পে’ৰ পৰা বঞ্চিত হৈ থকাৰ পিছত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই অৱশেষত দ্বাৰস্থ হ’ল ন্যায়ালয়ৰ।...

Read moreDetails

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী উৰ্বশী হাজৰিকালৈ হাংগেৰীৰ বিশ্ববিদ্যালয়ৰ জলপানী

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ২০১৬ চনত স্নাতকোত্তৰ পৰীক্ষাত ডিষ্টিংচনসহ প্ৰথম শ্ৰেণী লাভ কৰা উৰ্বশী হাজৰিকালৈ হাংগেৰীৰ Szent Istvan বিশ্ববিদ্যালয়ে 'Horticulture...

Read moreDetails

দিব্যাংগসকলৰ উত্তৰণৰ বাবে আন্তৰিকতাৰে কাম কৰিব লাগিব : প্ৰমীলা ৰাণী ব্ৰহ্ম

ৰাজ্যখনৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই দেওবাৰে দিব্যাংগ লোকসকলৰ বাবে সমাজে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ...

Read moreDetails

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন : প্ৰায় ৪,৫০০ ছাত্ৰ-ছাত্ৰীয়ে কৰিব ভোটদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হ’ব। ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ বিশ্ববিদ্যালয়খনৰ চৌহদত উখল মাখল পৰিৱেশৰ...

Read moreDetails

বিহাৰৰ ‘ছুপাৰ থাৰ্টি’ৰ প্ৰতিষ্ঠাতা আনন্দ কুমাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

বিহাৰৰ অতি প্ৰসিদ্ধ তথা জনপ্ৰিয় শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে পৰিচিত হৈ পৰা ‘ছুপাৰ থাৰ্টী’ৰ লগতে ইয়াৰ প্ৰতিষ্ঠাতা আনন্দ কুমাৰৰ বিৰুদ্ধে...

Read moreDetails

হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদত সংশ্লিষ্ট বিদ্যালয়ত কৰ্তব্যৰত কোনো শিক্ষককে দিয়া নহ’ব নিযুক্তি

ৰাজ্যৰ শিক্ষা বিভাগে হাইস্কুলত প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এতিয়াৰ পৰা কৰ্তব্যৰত বিদ্যালয়খনৰ কোনো শিক্ষককে সংশ্লিষ্ট বিদ্যালয়খনৰ...

Read moreDetails

নাম্বাৰপাৰাত কৃতি শিক্ষক শুকুৰ মামুদক বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত মধ্যনাম্বাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ এজন কৃতি শিক্ষকক বৃহস্পতিবাৰে অঞ্চলটোৰ স্থানীয় দল-সংগঠনৰ লগতে বিভিন্নজনে সম্বৰ্ধনা জনায়। জানিব...

Read moreDetails

সাহিত্যিক নাহেন্দ্ৰ পাদুনক আনন্দৰাম ঢেকিয়াল ফুকন বঁ‌টা প্ৰদান ৰাজ্যপাল জগদীশ মুখীৰ

১৯৪১ চনত মুৰ্কংচেলেক ৰিগিবি গাঁৱত জন্ম গ্ৰহণ কৰা অসমৰ বৰেণ্য সাহিত্যিক তথা বিগত পাঁচটা দশক জুৰি অসমৰ শিক্ষা, সাহিত্য আৰু...

Read moreDetails

অসমৰ শিক্ষানুষ্ঠানত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি দিব নোৱাৰিব : ৰাজ্যপাল জগদীশ মুখী

‘স্বচ্ছতাক সকলোৱে সেৱা হিচাপে গ্ৰহণ কৰা উচিত তেতিয়াহে দেশ আৰু সমাজক পৰিস্কাৰ পৰিচন্ন কৰি ৰাখিব পাৰিম। জাতিৰ পিতা মহাত্মা গান্ধীয়ে...

Read moreDetails
Page 218 of 245 1 … 217 218 219 … 245

Stay Connected

Recent News