• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেমকেয়াৰ শিক্ষা মন্ত্ৰী! শিক্ষকৰ সমস্যাক লৈ উদ্বিগ্ন নহয় সিদ্ধাৰ্থ ভট্টাচাৰ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 26, 2018 6:36 am
2893_b

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’আপোনালোকে আন্দোলন কৰি থাকক, মই একো নকৰো, আপোনালোকে কি কৰিব পাৰিব?’’ এই হুংকাৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ। যোৱা ২৩ অক্টোবৰত শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ অনুৰোধ জনোৱাত তেওঁলোকক  শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এইদৰে হুংকাৰ দিয়ে বুলি শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

তেওঁ আমাক জানিবলৈ দিয়া মতে শিক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁলোকক কৈছিল ‘’আপোনালোকক বাৰেপতি কোৱা হৈছিল পেপাৰত বেয়া কথাবিলাক নিলিখিব, তাৰ পাছতো আপোনালোকে মনা নাই।‘’

Apply Now

শিক্ষা বিভাগৰ দৰে এনে এক গুৰুত্বপূৰ্ণ বিভাগত থকাৰ পাছতো শিক্ষক কৰ্মচাৰীসকলক এইদৰে ব্যৱহাৰ কৰাত ক্ষুব্ধ হৈ পৰে শিক্ষক-কৰ্মচাৰীসকল।

আনোৱাৰ হুছেইনে নৰ্থ ইষ্ট নাওৰ আগত কয় যে শিক্ষা মন্ত্ৰীয়ে কাম কৰিব পৰা নাই কাৰণে শিক্ষক-কৰ্মচাৰীসকলৰ ওপৰত খং কৰি আছে। তেওঁ লগতে কয় ‘’বিধানসভাৰ গুৰুত্বপূৰ্ণ অধিবেশনৰ মজিয়াতো অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক লৈ কোনো আলোচনা নহ’ল। বৰঞ্চ তেওঁ অধিবেশনৰ সময়ত পলাই ফুৰিলে।‘‘

আনহাতে, বিধান সভাত অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক লৈ কোনোধৰণৰ আলোচনা নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰি হুছেইনে আমাৰ আগত কয় যে বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই বিধানসভাত বিষয়টোৰ ওপৰত আলোচনা কৰি সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস দিছিল।

তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কথা দি কথা ৰাখিব পৰা নাই বুলি তেওঁ উল্লেখ কৰি লগতে কয়, ‘‘শিক্ষা মন্ত্ৰীয়ে আমাৰ লগত টাইম পাছ কৰি আছে। তেওঁ ভাবিছে আন্দোলনো নহওঁক কামো নকৰো।‘’

লক্ষণীয় যে, বৰ্তমানো এক সমাধান সূত্ৰৰ বাবে চৰম আশাৰে বাট চাই আছে উক্ত শিক্ষক-কৰ্মচাৰীসকলে। লগতে তেওঁলোক পুনৰবাৰ আন্দোলনত নামিব বুলিও জানিব পৰা গৈছে।

আনহাতে, অহা ৪ নৱেম্বৰৰ ভিতৰত অপ্ৰাদেশীকৃত শিক্ষকৰ সমস্যাৰ সমাধানৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই। অন্যথা অহা ৫ নৱেম্বৰত বৈঠক অনুষ্ঠিত কৰি পূৰ্বতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত ল’ব বুলি আনোৱাৰ হুছেইন চৌধুৰীয়ে  জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd