যোৱা তিনি সপ্তাহ ধৰি পৰিয়ালসহ অনুৰাগীসকলে উদ্বিগ্নতাৰে দিন কটাই অহাৰ পাছত অৱশেষত সুৰ সম্ৰাজ্ঞী কোকিলকন্ঠী কিংবদন্তি কন্ঠশিল্পী লতা মংগেশকাৰ সুস্থ...
Read moreDetailsৰক্ষণশীলতাৰ বিৰুদ্ধে থিয় হৈ অসমীয়া চলচ্চিত্ৰত অভিনেত্ৰী হিচাবে আত্মপ্ৰকাশ কৰা অনুপমা ভট্টাচাৰ্য আৰু নাই। কোভিডত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে আজি শেষ...
Read moreDetailsউত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গীৰ্জা শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীত সমজুৱাকৈ পৰিৱেশন কৰা হ'ল "এবাইড উইথ মি"ৰ অসমীয়া সংস্কৰণ "লগত থাকা"। গণৰাজ্য...
Read moreDetailsনেটফ্লিক্সত কপিল শৰ্মাৰ নতুন শ্বো ‘কপিল শৰ্মা: আই এম নট ডন ইয়েট’ মুক্তি পাইছে। ছচিয়েল মিডিয়াত কপিলৰ নতুন শ্বো টোৱে...
Read moreDetailsঅল্লু অৰ্জুনৰ শেহতীয়াকৈ মুক্তি পোৱা ‘পুষ্পা: দ্য ৰাইজ’ ছবিখন বক্স অ’ফিচত বৃহৎ সফলতা লাভ কৰিছে। মুক্তি পোৱাৰ প্ৰায় ডেৰ মাহ...
Read moreDetailsবলীউদৰ ভাইজান চলমান খানৰ পানভিলাৰ ফাৰ্ম হাউছৰ ভিতৰত তাৰকাসকলৰ কবৰ আছে। এনে এক বিস্ফোৰক অভিযোগ তুলিছে চলমানৰ চুবুৰীয়া কেতন কক্কৰ...
Read moreDetailsপুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে বিশ্বনাথৰ এগৰাকী ১৮ বছৰীয়া যুৱতী। যুৱতী গৰাকীৰ নাম গাগলিনা আশ্ৰায়ন। বিশ্বনাথৰ কল্যাণপুৰ নিৱাসী মনোজ কুমাৰ শৰ্মা...
Read moreDetailsপূৰ্বৰ প্ৰেমিক-প্ৰেমিকাৰ মাজত যেতিয়া এসময়ৰ নিজৰ মানুহজনৰ বিষয়ে কিবা কটাক্ষ শুনা যায়, সেয়া স্বাভাৱিকতে আনৰ বাবে কৌতুহলৰ বিষয় হৈ পৰে।...
Read moreDetailsপ্ৰিয়ংকা চোপ্ৰা মাতৃ হ’ল। শুকুৰবাৰে নিজেই সেই খৱৰটো ৰাজহুৱা কৰিলে। অৱশ্যে ছচিয়েল মিডিয়া যোগে খৱৰটো জানিবলৈ দি প্ৰিয়ংকাই লিখিছে যে...
Read moreDetailsসোমবাৰে নিশা সকলোৱে আচৰিত কৰি বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশে। তাৰকা অভিনেতাগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ আৰু...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd