• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যাৰ সৈতে ১৮ বছৰীয়া বৈবাহিক সম্পৰ্কৰ ইতি পেলালে ছুপাৰষ্টাৰ ধনুশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2022 10:44 am
WhatsApp Image 2022-01-18 at 10.02.14 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিশা সকলোৱে আচৰিত কৰি বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশে। তাৰকা অভিনেতাগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ আৰু তেওঁৰ পত্নী ঐশ্বৰ্যাই ১৮বছৰীয়া বৈবাহিক সম্পৰ্কৰ ইতি পেলোৱাৰ সিদ্ধান্ত লৈছে।

ধনুশৰ এই ঘোষণাৰ পাছতে দক্ষিণৰ ছবি জগতত স্বাভাৱিকতে তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। কিছুদিন পূৰ্ব দক্ষিণৰ ছবিৰ আন এক জনপ্ৰিয় তাৰকা যুটী নাগা চৈতন্য আৰু সামান্থাৰ বিচ্ছেদ ঘটিছে।

ধনুশে টুইটাৰত লিখিছে,’’বন্ধু হিচাপে, পিতৃ-মাতৃ হিচাপে ১৮ বছৰৰ দাম্পত্য জীৱন। এই যাত্ৰা আছিল মানুহ হিচাপে গঢ়ি উঠাৰ, এজনে আনজনক বুজি উঠাৰ, অনুসৰণ কৰাৰ। আজি আমি এনেকুৱা এটা সিদ্ধান্তত আহি উপনীত হৈছো য’ত আমি বুজিব পাৰিছো এইবাৰ আমাৰ যাত্ৰা পথ সলনি হোৱাটোৱে ভাল। মই আৰু ঐশ্বৰ্যাই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। এতিয়া নিজকে নিজে বুজাৰ সময়।‘’

Apply Now

ধনুশে লগতে লিখিছে,’’ অহা দিনবোৰত বৰঞ্চ ইজনে সিজনক বুজাৰ বাবে আৰু অলপ সময় ল’ব। সকলোৰে ওচৰত অনুৰোধ অনুগ্ৰহ কৰি আমাৰ সিদ্ধান্তক সন্মান জনাব আৰু আমাৰ ব্যক্তিগত জীৱনৰ গোপনীয়তা বজাই ৰাখিবলৈ দিব।‘’

ইপিনে, ঐশ্বৰ্যায়ো একেই ধৰণে তেওঁৰ ছচিয়েল মিডিয়া একাউন্টত আপডেট দিছে।  

দক্ষিণৰ ছবি জগতত বিতৰ্কহীন আদৰ্শ দম্পতি হিচাপে পৰিচিত ধনুশ-ঐশ্বৰ্যাৰ বিচ্ছেদৰ বাতৰিয়ে তেওঁলোকৰ অনুৰাগীসকলক ব্যথিত কৰি তুলিছে। কিন্তু তাৰ পাছতো কিয় ঘটিল বিচ্ছেদ? এই প্ৰশ্নৰ উত্তৰ পাবলৈ হয়তো আৰু সময় লাগিব।

🙏🙏🙏🙏🙏 pic.twitter.com/hAPu2aPp4n

— Dhanush (@dhanushkraja) January 17, 2022

উল্লেখ্য যে ২০০৪ চনত ছুপাৰষ্টাৰ ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ধনুশ। তেওঁলোকৰ দুটি পুত্ৰ সন্তান যাত্ৰা আৰু লিংগা। ঐশ্বৰ্যা ‘ভাই ৰাজা ভাই’, ‘৩’ৰ দৰে ছবিৰ পৰিচালক আছিল। আনহাতে, বিগত ডেৰ দশক ধৰি দক্ষিণৰ ছবি জগতত ছুপাৰষ্টাৰ হিচাপে নিজৰ স্থান ধৰি ৰাখিছে ধনুশে।         

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd