DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খুলি দিয়া হৈছে ভেন্টিলেশ্যন; কেনে আছে কোকিলকন্ঠী কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2022 9:09 am
খুলি দিয়া হৈছে ভেন্টিলেশ্যন; কেনে আছে কোকিলকন্ঠী কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ?
223
VIEWS
Share on FacebookShare on Twitter

যোৱা তিনি সপ্তাহ ধৰি পৰিয়ালসহ অনুৰাগীসকলে উদ্বিগ্নতাৰে দিন কটাই অহাৰ পাছত অৱশেষত সুৰ সম্ৰাজ্ঞী কোকিলকন্ঠী কিংবদন্তি কন্ঠশিল্পী লতা মংগেশকাৰ সুস্থ হৈ উঠাৰ খবৰে সকলোকে স্বস্তি আনি দিছে।

দেওবাৰে লতা মংগেশকাৰৰ স্বাস্থ্য সম্পৰ্কে অৱগত কৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ তোপে।

লতা মংগেশকাৰ বৰ্তমান চিকিৎসক প্ৰতীত সমধানীৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। চিকিৎসকগৰাকীৰ সৈতে কথা পাতি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে লতা মংগেশকাৰ সুস্থ হৈ উঠিছে।

বৰ্তমান আৰু ভেন্টিলেটৰৰ সহায়ৰ প্ৰয়োজন নাই সুৰ সম্ৰাজ্ঞীৰ। মাত্ৰ অক্সিজেন দিয়া হৈছে। যদিও শাৰীৰিক দুৰ্বলতা আছে, তেওঁ চিকিৎসকসকলৰ সৈতে কথাও পাতিছে।

লগতে পঢ়ক: SBIৰ IMPSত লেনদেনৰ সীমা বৃদ্ধি, লগোৱা হব বৰ্দ্ধিত চাৰ্জ; কাইলৈৰ পৰা সলনি হব এইবোৰ নিয়ম

উল্লেখ্য যে যোৱা ১১জানুৱাৰীত লতা মংগেশকাৰক হাস্পাতালত ভৰ্তি কৰোৱাৰ খবৰ সদৰী কৰা হৈছিল। কোভিডত আক্ৰান্ত কণ্ঠশিল্পীগৰাকী নিউমোনিয়াতো ভোগাৰ কথা জানিব পৰা গৈছিল।

হাস্পাতালত ভৰ্তি হোৱৰ পাছৰে পৰাই তেওঁৰ অজস্ৰ অনুৰাগীয়ে সুৰ সম্ৰাজ্ঞীগৰাকীৰ অসুস্থতাক লৈ চিন্তা ব্যক্ত কৰাৰ লগতে আৰোগ্য কামনা কৰি আহিছে।      

Recent News

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd