গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

গুৱাহাটী উচ্চ ন্যায়ালয়ত বোমাতংক! বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিৰে ইমেইল প্ৰেৰণ

অচিনাক্ত একাউণ্টৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা এখন ইমেইলে আতংকৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি ইমেইলত উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই...

Read moreDetails

কৃত্ৰিম বানত বিপৰ্যস্ত গুৱাহাটী! বাৰিষাৰ প্ৰথমজাক বৰষুণতেই জলবন্দী মহানগৰবাসী

গুৱাহাটী মহানগৰীত সোমবাৰে নিশা আৰু মঙলবাৰে পুৱা হোৱা বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানৰ ফলত তীব্ৰ যান-জঁট আৰু জীৱন যাত্ৰাৰ ব্যাপক...

Read moreDetails

শিলচৰ ৰে’ল ষ্টেচনৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিলে ৪৫০টা জীৱন্ত ভেকুলী

বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এক প্ৰশংসনীয় প্ৰচেষ্টা ৰূপে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং মণ্ডলৰ শিলচৰ পোষ্টৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা দলে ১৪...

Read moreDetails

গুৱাহাটীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ মেইটেই গোট পি এল এৰ মষ্ট ৱান্টেড কেডাৰ

গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ এখন হোটেলৰ পৰা গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিষিদ্ধ মেইটেই উগ্ৰপন্থী সংগঠন পিপলছ লিবাৰেশ্যন আৰ্মিৰ এজন মষ্ট...

Read moreDetails

ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২৫ৰ ফলাফল; উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ, শীৰ্ষত কোন?

আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০-৩০ বজাত ঘোষণা কৰা হয় ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,২৯,৪৪৮ লাখ...

Read moreDetails

আজি দিনৰ ১০-৩০ বজাত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; ক’ত, কেনেকৈ চাব?

আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। দিনৰ ১০-৩০ বজাত...

Read moreDetails

নিশা গুৱাহাটীৰ জালুকবাৰীত ভয়ানক অগ্নিকাণ্ড : একাধিক গেছ চিলিণ্ডাৰ বিস্ফোৰণ

মঙলবাৰে নিশা গুৱাহাটীৰ জালুকবাৰী অঞ্চলত এক বৃহৎ অগ্নিকাণ্ডৰ সৃষ্টি হয়।  এই অগ্নিকাণ্ডই ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰাৰ লগতে সা-সম্পত্তিৰো...

Read moreDetails

যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ! আজিৰে পৰা কেইবাখনো গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ চলাচল উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

উত্তৰ-পূব সীমান্ত ৰেলৱেত, ২০২৫ বৰ্ষৰ আগন্তুক গ্ৰীষ্মৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰু চাৰিযোৰ (০৪) গ্ৰীষ্মকালীন বিশেষ ৰে’ল পৰিচালন...

Read moreDetails

গুৱাহাটী প্ৰেছ ক্লাৱত বহুভাষিক সাহিত্য সমাৰোহঃ কবি সন্মিলন, গ্ৰন্থ উন্মোচন, স্মৰণিকা প্ৰকাশ

বহুভাষিক সাহিত্য মঞ্চ, মেঘালয়ৰ প্ৰথম বাৰ্ষিক অধিৱেশন উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় কবি সন্মিলন, গ্ৰন্থ উন্মোচন আৰু সাহিত্য...

Read moreDetails

উত্তৰ পূব সীমান্ত ৰে’লৱেই চলাব তিনিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল, পূৰ্বৰ বিশেষ ৰে’লৰ সময়সীমাও সম্প্ৰসাৰণ

আগন্তুক গ্ৰীষ্মকালত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, তলত উল্লেখ কৰা অনুসৰি তিনিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত লোৱা হৈছে।...

Read moreDetails
Page 13 of 74 1 12 13 14 74

Stay Connected

Recent News