গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

এবছৰ পূৰ্বে প্ৰাৰ্থনা কৰি গৈছিল! স্বপ্ন পূৰণ হোৱাত আইপিএল ট্ৰফী লৈ কামাখ্যাত কেকেআৰ দল

যোৱাবাৰ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছে সমগ্ৰ প্ৰতিযোগিতাত উৎকৃষ্ট ক্ৰিকেট খেলি চেম্পিয়ন হৈছিল। এবাৰো এনে লগা নাছিল যে তেওঁলোকৰ...

Read moreDetails

অসবৰ্ণ বিবাহৰ বাবে মন্দিৰত বিয়া পতাত বাধা গুৱাহাটীৰ দম্পতীক

বৈধ বিবাহৰ প্ৰমাণ পত্ৰ থকাৰ পিছতো অসবৰ্ণ বিবাহৰ বাবে গুৱাহাটীৰ তিনিটা মন্দিৰত বিবাহ অনুষ্ঠানৰ পৰা বঞ্চিত হ’ল এহাল দম্পতী। আইনী...

Read moreDetails

তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আৰু অধিক বিশেষ ৰে’ল সেৱা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

২০২৫ বৰ্ষৰ মহা কুম্ভ মেলাৰ সময়চোৱাত তীৰ্থযাত্ৰীসকলৰ প্ৰত্যাশিত অত্যাধিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে'লৱেই যোগবানী আৰু টুণ্ডলা ষ্টেচনৰ...

Read moreDetails

নাটক কৰিছে হিমন্ত বিশ্ব শৰ্মাই; মুখ্যমন্ত্ৰীৰ কৌশলী স্থিতিৰ বাবে চাকৰি ঘুৰাই পালে এপিএছচি দুৰ্নীতিৰ নিলম্বিত বিষয়াই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা আৰু কৌশল অনুসৰিয়ে এপিএছচিত কেলেংকাৰীৰে চাকৰি লোৱা নিলম্বিত বিষয়াসকলে চাকৰি ঘুৰাই পোৱাৰ পৰিৱেশ সৃষ্টি হ'ল।...

Read moreDetails

গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন! “আন্তঃগাথঁনিৰ উন্নয়ন আৰু পৰিবেশ সুৰক্ষাৰ মাজত ভাৰসাম্যতা ৰক্ষা গুৰুত্বপূৰ্ণ”

“জলবায়ু পৰিবৰ্তন আধুনিক যুগৰ ঘটনা নহয়, ই প্ৰাগ ঐতিহাসিক যুগৰ পৰাই ঘটি থকা এক পৰিঘটনা। যিকোনো মহা দুৰ্যোগৰ পিছতে কিন্তু...

Read moreDetails

পুৱতি নিশা গুৱাহাটী মহানগৰীত দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্ম্য : মহতিয়াই নিলে এজনক

পুৱতি নিশা গুৱাহাটী মহানগৰীত দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্ম্য। দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে এজন পথাচাৰীক। লগতে মহতিয়াই নিলে আন তিনিখন বাহন। মহানগৰীৰ...

Read moreDetails

ৰে’লৱে ক’লনীত উচ্ছেদ অভিযান চলালে উত্তৰ পূব সীমান্ত ৰে’লৱেই  

উত্তৰ-পূব সীমান্ত ৰেলৱেই বেদখল চিনাক্ত কৰিবলৈ নিয়মীয়া জৰীপ চলাই আহিছে আৰু সেইসমূহ উচ্ছেদ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। অননুমোদিত...

Read moreDetails

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিদ্যালয়ৰ অনুষ্ঠান! সাধাৰণ মানুহৰ যন্ত্ৰণা বঢ়াবলৈ অনুষ্ঠিত কৰা হৈছিল নেকি সদগুৰুৰ অনুষ্ঠান!

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আধ্যাত্মিক গুৰু, GLOBAL INFLUENCER সদগুৰুৰ অনুষ্ঠান। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ...

Read moreDetails

কানাডাৰ পৰা আহি ম্যাদ উকলা ভিছালৈ অসমত ধৰ্ম প্ৰচাৰ; আৰক্ষীয়ে পঠিয়াই দিলে দেশলৈ

ম্যাদ উকলি যোৱা পৰ্যটন ভিছাত জড়িত থকাৰ অপৰাধত এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰে। শেষত কানাডাৰ ধৰ্মপ্ৰচাৰকজনক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা...

Read moreDetails

সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাৰ প্ৰথম স্থানত অসমৰ সীমান্তবৰ্তী চহৰ; গুৱাহাটীৰ স্থান কিমান?

দিল্লীৰ প্ৰদূষণক লৈ আলোচনাৰ অভাৱ নাই। প্ৰদূষণ যে নিয়ন্ত্ৰণলৈ আহিছে এনে নহয়। কিন্তু যদি আপুনি দিল্লীক ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ...

Read moreDetails
Page 20 of 75 1 19 20 21 75

Stay Connected

Recent News