• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰ আৰক্ষীৰ জালত চোৰৰ দল : একাধিক চুৰি আৰু ডকাইটিৰ অভিযোগ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 24, 2024 9:55 pm
118
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ মহানগৰীত ধাৰাবাহিকভাৱে অভিযান চলাই শনিবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে এটা চোৰৰ দলক আটক কৰে। লতাশিল থানাৰ বিষয়াই গ্ৰেপ্তাৰ কৰে দলটোক।

বিগত কেইমাহমানৰ পৰা গুৱাহাটীত একাধিক ডকাইতি আৰু ঘৰ ভাঙি চুৰি কাণ্ড সংঘটিত হৈছে। ইয়াৰে এটা ঘটনা চিচিটিভিত বন্দী হৈছিল। সেই ফুটেজৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত চলাই চোৰৰ দলটোক কৰায়ত্ত কৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এই চক্ৰটোত ৬ চোৰ আছে। ইয়াৰে ৫ টা চোৰৰ ঘৰ দৰং জিলাৰ দলগাঁৱৰ।

উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা এটা চোৰ উবেৰ চালক।

ধৃত চোৰকেইটাৰ নাম সাদেক আলী, আকবৰ আলী, লোকমান আলী, আবু বক্কৰ ছিদ্দিক, ছাইদুল ৰহমান আৰু জয়নাল আবদিন ।

Recent News

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd