স্বাস্থ্য

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

জেলিপি-চিঙৰা খোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? এই সকলোবোৰ খাদ্য চিগাৰেটৰ দৰেই ক্ষতিকাৰক! গতিকে ধঁপাতজাতীয় সামগ্ৰীৰ দৰেই জেলিপি-চিঙৰাৰ ওপৰতো সতৰ্কবাণী জাৰি...

Read moreDetails

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

কেৰালাত আন এজন নিপা ভাইৰাচৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। যোৱা ১২ জুলাইত কেৰেলাৰ পলাক্কাড জিলাৰ ৫০ বছৰীয়া...

Read moreDetails

বাৰিষাত চাইনাচাইটিছৰ সমস্যা কিয় বাঢ়ে আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

চাইনাচাইটিছৰ বাবে এজন ব্যক্তিৰ মূৰৰ বিষ, নাক বন্ধ হোৱা, নাকৰ পৰা স্ৰাৱ ওলোৱা, চকুৰ ওচৰত চাপ, ডিঙিত জ্বলা-পোৰা আদি সমস্যাৰ...

Read moreDetails

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

ইউৰিক এচিড এতিয়া এটা সাধাৰণ সমস্যা। ইউৰিক এচিড বেছি হ’লে গাউট, কিডনীত পাথৰ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইউৰিক এচিড...

Read moreDetails

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

বিখ্যাত বিজ্ঞান আলোচনী Frontiers এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনত সমগ্ৰ  বিশ্বজুৰি প্ৰায় ১১৭ লাখ হাজাৰ লোকক পাৰ্কিনছন ৰোগ...

Read moreDetails

ম্যাদ উকলি গৈছে ঔষধৰ! এই ১৭টা ঔষধ এতিয়াই টয়লেটত ফ্লাছ কৰক, নহ’লে বাঢ়িব বিপদ

ঘৰত ৰখা ঔষধৰ ম্যাদ উকলি গ’লে আমি সাধাৰণতে ডাষ্টবিনত বা যিকোনো ঠাইত পেলাই দিওঁ। কিন্তু চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে...

Read moreDetails

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

অসম চৰকাৰৰ কেবিনেটে ৰাজ্যৰ সকলো চিকিৎসালয় আৰু নাৰ্চিং হোমত অনাদায় চিকিৎসা বিলৰ বাবে মৃতদেহ ৰখাই থোৱা নিষেধাজ্ঞা আৰোপ কৰি নতুন...

Read moreDetails

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

 এইচ টি লাইফষ্টাইলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গুৰগাঁৱৰ মাদাৰহুড হাস্পতালৰ মেডিকেল ডাইৰেক্টৰ (এন চি আৰ) এ নৱজাতক আৰু শিশু চিকিৎসা...

Read moreDetails

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

আগতেও কিডনীত পাথৰ গঠন হোৱাৰ কথা শুনা গৈছিল। কিন্তু আজিকালি এই সমস্যাটো বহুত বাঢ়িছে। চিকিৎসকৰ মতে ইয়াৰ আঁৰত খাদ্যৰ ভূমিকা...

Read moreDetails

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আপোনাৰ নাকৰ শ্লেষ্মা, যাক সাধাৰণতে শেঙুন বুলি জনা যায়, ই আপোনাৰ স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ সূচক হিচাপে কাম...

Read moreDetails
Page 7 of 280 1 6 7 8 280

Stay Connected

Recent News