আন্ত: ৰাষ্ট্ৰীয়

ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প জব্দ কৰিলে ৰাছিয়াই

আজি পুৱা ইউক্ৰেইনৰ দক্ষিণ-পূবত থকা ইউৰোপৰ সৰ্ববৃহৎ জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ কৰাৰ পিছত ৰাছিয়ান সৈন্যই জব্দ কৰিছে পাৰমাণৱিক শক্তি...

Read more

“মৃতদেহে বিমানত অধিক ঠাই লয়”! ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ সন্দৰ্ভত উদ্ভট মন্তব্য বিজেপি বিধায়কৰ

ইউক্ৰেইনত নিহত ছাত্ৰ নবীন শেখৰাপ্পা জ্ঞানগৌড়াৰ পৰিয়ালে তেওঁৰ মৃতদেহ কৰ্ণাটকলৈ উভতাই অনাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে এজন বিজেপি বিধায়কে...

Read more

ইউক্ৰেইনৰ ৰাজধানীত গুলীবিদ্ধ ভাৰতীয় ছাত্ৰ: চিকিৎসালয়ত ভৰ্তি

যুদ্ধবিধস্ত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত এজন ভাৰতীয় ছাত্ৰ গুলীবিদ্ধ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভিকে সিঙে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে।...

Read more

ৰাছিয়াৰ আক্ৰমণত জ্বলি উঠিল ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প

ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ চলালে ৰাছিয়াই। ৰাছিয়াৰ আক্ৰমণৰ পিছত জ্বলি উঠিছে ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প। ইউক্ৰেইনৰ বৈদেশিক...

Read more

আলোচনাৰ বাবে সাজু ৰাছিয়া, কিন্তু অব্যাহত থাকিব ইউক্ৰেইন সৈন্যৰ ওপৰত আক্ৰমণ!

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আজি ৮ দিন অতিক্ৰম কৰিলে। ৰাছিয়াৰ এই আক্ৰমণক সমগ্ৰ বিশ্বই ধিক্কাৰ জনাইছে। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংস কৰি...

Read more

ইউক্ৰেইন আক্ৰমণৰ দ্বাৰা উৎসাহিত হৈ টাইৱানত আক্ৰমণ চলাব চীনে: ডোনাল্ড ট্ৰাম্প

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে ইয়াৰ পৰৱৰ্তী যুদ্ধখন হ’ব টাইৱানত। দেশখনত চীনে আক্ৰমণ চলাব। কিন্তু সেই যুদ্ধ...

Read more

যুদ্ধৰ আঁৰৰ খবৰ: ৰাছিয়াৰ প্ৰতিপক্ষক বিধ্বস্ত কৰি ইউক্ৰেইনৰ টেনিছ সুন্দৰীৰ প্ৰতিশোধ!

ৰাছিয়াৰ আক্ৰমণত প্ৰায় বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন। কিন্তু তাৰ মাজতে খেলপথাৰত চলা আন এখন যুদ্ধত ৰাছিয়াক যোগ্য প্ৰত্যুত্তৰ দিলে ইউক্ৰেইনে।...

Read more

ৰাছিয়াৰ বিপৰ্যয়! ৮০০ বাহনেৰে সু-সজ্জিত ৰাছিয়াৰ শক্তিশালী সেনা কনভয় ধ্বংস কৰিলে ইউক্ৰেইনে

‘দুৰ্বল’ ইউক্ৰেইনত ‘শক্তিশালী’ ৰাছিয়াৰ অনাকাঙ্ক্ষিত বিপৰ্যয়! অনায়াসে ইউক্ৰেইন জয়ৰ স্বপ্ন দেখা ৰাছিয়াৰ যেন দৰ্প চূৰ্ণ হৈছে! যুদ্ধৰ পূৰ্বে আমেৰিকাকে ধৰি...

Read more

“বোমাবৰ্ষণ বন্ধ কৰক, আলোচনা তেতিয়াহে সম্ভৱ হ’ব”: ৰাছিয়াক দাবী ইউক্ৰেইন ৰাষ্ট্ৰপতিৰ

আজি সপ্তম দিনত ভৰি দিলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই। যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে যোৱা সোমবাৰে দুয়োপক্ষৰ মাজত অনুষ্ঠিত আলোচনা ব্যৰ্থ...

Read more

যুদ্ধবিধস্ত ইউক্ৰেইনৰ ৰাজধানীত নাই ভাৰতীয় নাগৰিক: জনালে বৈদেশিক সচিবে

অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। যুদ্ধৰ বিভীষিকাৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ পৰা...

Read more
Page 320 of 328 1 319 320 321 328

Recent News