• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

“বোমাবৰ্ষণ বন্ধ কৰক, আলোচনা তেতিয়াহে সম্ভৱ হ’ব”: ৰাছিয়াক দাবী ইউক্ৰেইন ৰাষ্ট্ৰপতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2022 1:00 pm
Russia-Ukraine war
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সপ্তম দিনত ভৰি দিলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই। যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে যোৱা সোমবাৰে দুয়োপক্ষৰ মাজত অনুষ্ঠিত আলোচনা ব্যৰ্থ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনা কৰা হৈছে।

আলোচনাৰ পূৰ্বে ৰাছিয়াক এক দাবী জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে মঙলবাৰে কয় যে যুদ্ধবিৰতিৰ ওপৰত আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ চহৰসমূহত বোমাবৰ্ষণ বন্ধ কৰিব লাগিব।

Apply Now

ৰাছিয়াৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ইউক্ৰেইনৰ প্ৰাথমিক চৰ্তাৱলী নিৰ্ধাৰণ কৰি জেলেনস্কিয়ে ৰয়টাৰ আৰু চিএনএনক এক যুটীয়া সাক্ষাৎকাৰত কয়, “অন্ততঃ জনসাধাৰণৰ ওপৰত বোমা বিস্ফোৰণ বন্ধ কৰক। কেৱল বোমা বিস্ফোৰণ বন্ধ কৰক আৰু তাৰ পিছত আলোচনাৰ মেজত বহিম।”

আনহাতে নাটো সদস্যসকলক ৰাছিয়াৰ বায়ু সেনাক বাধা দিবলৈ “নো ফ্লাই জ’ন” কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি গৰাকীয়ে। তেওঁ কয় যে ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত ই এক প্ৰতিৰোধমূলক পদক্ষেপ হ’ব।

জেলেনস্কিয়ে লগতে কয় যে যদি নাটোৱে ইউক্ৰেইনৰ সদস্যপদৰ সম্ভাৱনাৰ দুৱাৰ বন্ধ কৰে, তেতিয়া ইউক্ৰেইনে আইনীভাৱে বাধ্যতামূলক নিৰাপত্তা প্ৰতিশ্ৰুতি দাবী কৰিব।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ আলোচনাৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে এক চুক্তিত উপনীত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পৰিৱৰ্তে ইউক্ৰেইনে তাৎক্ষণিক যুদ্ধবিৰতিৰ লগতে ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য বাহিনী প্ৰত্যাহাৰ দাবী কৰিছিল।

কিন্তু এই আলোচনা ব্যৰ্থ হোৱাৰ পিছত দুয়োপক্ষই পুনৰ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছিল।

আনহাতে মঙ্গলবাৰে ৰাছিয়াৰ TAASS সংবাদ সংস্থাই ৰাছিয়াৰ এক চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি আজি পুনৰ আলোচনাৰ পৰিকল্পনা কৰা হৈছে বুলি প্ৰকাশ কৰিছিল।

অৱশ্যে এইপৰ্যন্ত দ্বিতীয় পৰ্যায়ৰ আলোচনা সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd