আন্ত: ৰাষ্ট্ৰীয়

ভাৰতৰ পৰা খালিস্তানী উগ্ৰপন্থী পান্নুনক ‘হত্যাৰ ষড়যন্ত্ৰ’ ভাৰতীয় চৰকাৰী কৰ্মচাৰীৰ! আমেৰিকাৰ দাবীক লৈ চাঞ্চল্য

খালিস্তানী উগ্ৰপন্থীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা এজন ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাই গোচৰ ৰুজু কৰিছে। খালিস্তানী উগ্ৰপন্থী গুৰপন্তৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰ...

Read moreDetails

পৰস্ত্ৰীলৈ চকু কিয়! খঙতে ৰেবিজৰ বেজীৰে প্ৰেমিকৰ চকু ফুটালে মহিলাই

পৰস্ত্ৰীলৈ চকু দিয়াৰ বাবেই প্ৰেমিকাৰ ভয়ানক আক্ৰমণৰ সন্মুখীন হৈছে এজন যুৱক। যুৱকজনে আন এগৰাকী মহিলাৰ ফালে দৃষ্টি নিক্ষেপ কৰাৰ বাবেই...

Read moreDetails

জঘন্য! যুৱকৰ সৈতে নৃত্য কৰাৰ বাবেই কিশোৰীৰ প্ৰাণ ল’লে নিজ পৰিয়ালে

অনাৰ কিলিঙৰ এক জঘন্য ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পাকিস্তানত। দেশখনৰ কোহিস্তান অঞ্চলত নিজৰ পৰিয়ালেই হত্যা কৰিছে এগৰাকী কিশোৰীক। কিশোৰীগৰাকীৰ অপৰাধ,...

Read moreDetails

বৰ্ষাপাৰাত ভিলেইন নিয়ৰ! ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰৰ মতে ইয়াত ২২২ ৰানো যথেষ্ট নহয়; বলাৰক সুৰক্ষা

প্ৰথমতে গুৱাহাটীৰ নিয়ৰ, দ্বিতীয়তে গ্লেন মেক্সৱেল, সূৰ্য্যকুমাৰ যাদৱে শৃংখলাৰ তৃতীয় টী-২০ত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ আঁৰৰ কাৰণ হিচাপে এই ২টা কাৰক...

Read moreDetails

বৰ্ষাপাৰাত থমকিল ভাৰত! অথলে গ’ল ঋতুৰাজৰ শতক, বিশ্বকাপৰ ছন্দ ঘূৰাই আনি অষ্ট্ৰেলিয়াক জয়ী কৰিলে মেক্সৱেলে

বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলৰ অবিশ্বাস্য, বিধ্বংসী ইনিংছ এতিয়াও ক্ৰিকেট প্ৰেমীৰ মনত সতেজ হৈ আছে। মেড মেক্সে ২০১ ৰানৰ অতি...

Read moreDetails

মৰ্মান্তিক! খনিত কৰ্মৰত অৱস্থাতে শ্ৰমিকসহ ৬৫০ ফুট তললৈ খহি পৰিল লিফ্ট; মৃত্যু ১১ শ্ৰমিকৰ, ৭৫ জন আহত

দক্ষিণ আফ্ৰিকাৰ এক প্লেটিনাম খনিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। খনিত কৰ্মৰত বহুকেইগৰাকী শ্ৰমিকক কঢ়িয়াই নিয়াৰ সময়ত ব্যৱহৃত লিফ্ট হঠাতে...

Read moreDetails

ছিয়েৰা লিয়নৰ কাৰাগাৰ, সেনা শিৱিৰত আক্ৰমণ; ২০ জন লোক নিহত, প্ৰায় ২ হাজাৰ কয়েদীৰ পলায়ন

পশ্চিম আফ্ৰিকাৰ দেশ ছিয়েৰা লিয়নত সেনা শিবিৰ আৰু কাৰাগাৰত চলোৱা আক্ৰমণত কমেও ২০ জন লোক নিহত হোৱাৰ লগতে বহু কেইজন...

Read moreDetails

আজি গুৱাহাটীতেই শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ; কেনে হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টী-২০ৰ উইকেট?

শৃংখলা জয়ৰ লক্ষ্যৰে আজি গুৱাহাটীত তৃতীয় টী-২০ত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পাছত টীম ইণ্ডিয়াৰ...

Read moreDetails

পুৱাই প্ৰবল ভূমিকম্পই জোকাৰি গ’ল চীন-পাকিস্তানক; বহু দূৰৈৰ দেশতো তীব্ৰ কম্পন

ৰাতিপুৱাই পুনৰ কঁপি উঠিল এছিয়া। ভূমিকম্পই কঁপাই তুলিলে চীনক। প্ৰবল ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৬। ভূমিকম্পৰ ফলতপাকিস্তান-চীনক কঁপাই তোলাৰ...

Read moreDetails

সঁচাকৈয়ে! এবছৰ কাৰাবাস খাটি ঘৰলৈ উভতি আহিল ৯টা ছাগলী; কাৰণ জানিলে হ’ব আচৰিত

আচৰিত যেন লাগিলেও সঁচা। এবছৰ কাৰাগাৰত বন্দী হৈ থাকি অৱশেষত মালিকৰ ওচৰলৈ উভতি আহিল ৯টা ছাগলী। এনে শাস্তি কিয়? এনে...

Read moreDetails
Page 321 of 504 1 … 320 321 322 … 504

Stay Connected

Recent News