• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিয়েৰা লিয়নৰ কাৰাগাৰ, সেনা শিৱিৰত আক্ৰমণ; ২০ জন লোক নিহত, প্ৰায় ২ হাজাৰ কয়েদীৰ পলায়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2023 1:04 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম আফ্ৰিকাৰ দেশ ছিয়েৰা লিয়নত সেনা শিবিৰ আৰু কাৰাগাৰত চলোৱা আক্ৰমণত কমেও ২০ জন লোক নিহত হোৱাৰ লগতে বহু কেইজন লোক আহত হৈছে। নিহতসকলৰ ভিতৰত আছে তেৰজন সেনা জোৱান।

সোমবাৰে সেনাৰ মুখপাত্ৰই সাংবাদিকক জনোৱা মতে, দেওবাৰে গোটেই দিনটো ৰাজধানী ফ্ৰীটাউনত বিদ্ৰোহী সেনাই আক্ৰমণ চলায়। কিন্তু পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।

কৰ্ণেল ইছা বাংগুৰাই কয় যে আমি এই হিংসাত্মক আক্ৰমণত জড়িত বৰ্তমান আৰু প্ৰাক্তন সৈনিক সকলোৰে সন্ধানত অভিযান চলাইছো।

Apply Now

লগতে পঢ়কঃ পুৱাই প্ৰবল ভূমিকম্পই জোকাৰি গ’ল চীন-পাকিস্তানক; বহু দূৰৈৰ দেশতো তীব্ৰ কম্পন

বাংগুৰাই লগতে কয় যে নিহত ২০ জনৰ ভিতৰত ১৩ জন সেনা জোৱান, তিনিজন আক্ৰমণকাৰী, এজন আৰক্ষী বিষয়া আৰু এজন সাধাৰণ নাগৰিক। ইয়াৰ বাহিৰেও এজন ব্যক্তিগত নিৰাপত্তা কোম্পানীত কাম কৰা লোক আছে। এই হিংসাত্মক ঘটনাত আহত হয় ৮ জন লোক। লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, পাডেম্বা ৰোড কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত আক্ৰমণৰ পিছত প্ৰায় ১৮৯০ জন কয়দীয়ে পলায়ন কৰে। পলায়ন কৰাসকলক পুনৰ জেললৈ যাবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।

বাতৰি অনুসৰি, সোমবাৰে কাৰাগাৰ ভ্ৰমণৰ সময়ত কাৰাগাৰৰ কোঠাৰ এখন দুৱাৰ খোলা অৱস্থাত উদ্ধাৰ হয়। ছিয়েৰা লিয়ন কাৰেকচনেল ইনষ্টিটিউচনৰ সঞ্চালক প্ৰধান কৰ্ণেল শ্বেইখ ছ’লাইমান মাছাকিয়ে কয় যে আক্ৰমণকাৰীয়ে প্ৰথমে ৰকেট লঞ্চাৰেৰে কাৰাগাৰৰ গেট ভাঙিবলৈ চেষ্টা কৰিছিল। পিছত সন্মুখৰ গেটেৰে প্ৰৱেশ কৰে।

লগতে পঢ়কঃ IIT, IIM-ত অধ্যয়ন, গঢ়ি তোলে কেইবাশ কোটি টকাৰ কোম্পানী! কিন্তু এইবাৰ ২০ বছৰ খাব লাগিব জেলৰ ভাত

যোৱা দেওবাৰে ৰাষ্ট্ৰপতি জুলিয়াছ মাডা বায়’ই কয় যে এই হিংসাত্মক আক্ৰমণৰ সৈতে জড়িত অধিকাংশ সামৰিক নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। আনসকলক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰা হৈছে।

ছিয়েৰা লিয়নৰ তথ্য মন্ত্ৰী চেৰ্ন’ৰ বাহে যোৱা দেওবাৰে এক বিবৃতিত কয় যে চৰকাৰে দেশখনৰ নিৰাপত্তা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিছে।

আনহাতে, কৰ্ণেল ইছা বাংগুৰাই কয় যে বেছিভাগ সেনা সদস্যই চৰকাৰ আৰু ৰাষ্ট্ৰপতিৰ প্ৰতি আনুগত্যশীল নহয়। তেওঁ লগতে কয় যে তেওঁলোকে অতি সোনকালে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বিচাৰে।

লগতে পঢ়কঃ সঁচাকৈয়ে! এবছৰ কাৰাবাস খাটি ঘৰলৈ উভতি আহিল ৯টা ছাগলী; কাৰণ জানিলে হ’ব আচৰিত

যোৱা দেওবাৰে সমগ্ৰ ছিয়েৰা লিয়নত ফ্ৰীটাউনৰ এটা সেনা শিবিৰত বন্দুকধাৰীয়ে আক্ৰমণ কৰি অস্ত্ৰভাণ্ডাৰ লুট কৰাৰ চেষ্টা কৰাৰ পিছতে সমগ্ৰ ছিয়েৰা লিয়নত কাৰ্ফিউ জাৰি কৰা হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd